কলিয়াবৰ জিলা কংগ্ৰেছৰ উদ‍্যোগত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ

প্ৰাগজ্যোতিষ বাৰ্তা,কলিয়াবৰৰ পৰা মনীষা শৰ্মা, ৯ মেঃ কলিয়াবৰ জিলা কংগ্ৰেছৰ উদ‍্যোগত শনিবাৰে বিতৰণ কৰা হয় জখলাবন্ধা বাণিজ‍্যিক এলেকাত মাস্ক আৰু চেনিটাইজাৰ।

কলিয়াবৰত সাংসদ গৌৰৱ গগৈৰ উদ‍্যোগত কলিয়াবৰ কংগ্ৰেছৰ কৰ্মীসকলে জখলাবন্ধাৰ চাফাই কৰ্মী, ৰিক্সা, ঠেলা চালক আৰু দৰিদ্ৰ লোক, প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক – কৰ্মচাৰীক বিতৰণ কৰে মাস্ক আৰু চেনিটাইজাৰ।

কলিয়াবৰ বিধান সভা সমষ্টিত আজিৰে পৰা এই বিতৰণ কাৰ্য‍্যসূচীৰ শুভাৰম্ভণী কৰা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here