নগাঁও জিলা পৰিষদৰ গ্ৰামোন্নয়ণ বিভাগৰ পৰ্যালোচনা সভা অনুষ্ঠিত

প্ৰাগজ্যোতিষ বাৰ্তা,কলিয়াবৰৰ পৰা মনীষা শৰ্মা, ৯ মেঃ নগাঁও জিলা পৰিষদত গ্ৰামোন্নয়ণ বিভাগৰ পৰ্যালোচনা সভা এখন শনিবাৰে অনুষ্ঠিত হয়।

সভাত অংশগ্ৰহণ কৰে গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক ৰূপক শৰ্মা, আঙুৰলতা ডেকা, নুৰুল হুদা আৰু ডিম্বেশ্বৰ দাসে।

নগাঁও জিলাত গ্ৰামোন্নয়ণৰ আঁচনি ৰূপায়ণৰ ওপৰত পৰ্যালোচনা কৰা হয় সভাখনত।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here