Daily Archives: June 7, 2019
শ্ৰীশ্ৰী মাধৱদেৱ বঁটা প্ৰাপক যোগদানন্দ গোস্বামীক সম্বৰ্ধনা
প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা ঈশ্বৰ মহন্ত,৭জুনঃ তিনিচুকীয়া জিলাৰ চাবুৱাৰ শ্ৰীশ্ৰী দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যোগদানন্দ গোস্বামীক ৬জুনত তিনিচুকীয়াৰ ৰতনপুৰ গাঁৱত ৰাজহুৱাভাৱে সম্বধৰ্না জনোৱা হয়। উল্লেখ্য যে...