Daily Archives: June 14, 2019
গোঁসাই গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ
প্ৰাগজ্যোতিষ বাৰ্তা,লংকা, ১৫জুনঃ হোজাই জিলাৰ লংকা আঞ্চলিক বন বিষয়াৰ অন্তৰ্গত গোঁসাই গাঁৱত শুকুৰবাৰে পূৱতী নিশা বনৰীয়া হাতীৰ তাণ্ডৱ|
https://youtu.be/16bw24X-5Ac
হাতীয়ে পুৱতি নিশা গাঁৱখনৰ তিনিটাকৈ আৱাসগৃহৰ...
লংকাৰ নখুটিত গছ কটা যন্ত্ৰ উদ্ধাৰ
প্ৰাগজ্যোতিষ বাৰ্তা,লংকা, ১৫জুনঃ লংকাৰ নখুটিত দুটা অত্যাধুনিক গছ কটা যন্ত্ৰ উদ্ধাৰ |নখুটিৰ বন বিভাগে যাত্ৰীবাহী গাড়ীৰ পৰা উদ্ধাৰ কৰে উক্ত গছ কটা যন্ত্ৰ দুটা|
https://youtu.be/zhdaP4PwDH8
ঘটনা...
নীলবাগানত অবৈধ সুৰা জব্দ আৰক্ষীৰ
প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৫জুনঃ হোজাইৰ নীলবাগান তিনিআলীত ১৪ জুনৰ নিশা এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে জব্দ কৰে বহু অবৈধ সুৰা৷
https://youtu.be/enqDB2_ga2w
হোজাইৰ...
সৰুপথাৰৰ উৰিয়ামঘাটত উদ্বোধন হ’ল আদৰ্শ চিকিৎসালয়
প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,১৪ জুনঃ গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বৃহস্পতিবাৰে এখন আৰ্দশ চিকিৎসালয় উদ্বোধন কৰা হয়। ৰাজ্যৰ ৮৩ সংখ্যক আদৰ্শ চিকিৎসালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ...
শৰীৰ চৰ্চাৰ ক্ষেত্ৰলৈ অভিক দত্তৰ অৰিহণা
প্ৰাগজ্যোতিষ বাৰ্তা, লংকা, ১৪জুনঃ হোজাই জিলাৰ লংকাত অভিক দত্ত নামৰ এগৰাকী শৰীৰ চৰ্চাবিদে এটা জিম পৰিচালনাৰে প্ৰায় দহ(১০)বছৰ ধৰি চলাই গৈছে এই অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ...
স্থানীয় যুৱকে চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰি গতালে আৰক্ষীক
প্ৰাগজ্যোতিষ বাৰ্তা, লংকা,১৪জুনঃ চৰকাৰে যিমানেই বাংলাদেশ তথা আন দেশলৈ গৰু সৰবৰাহৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম আইনী ব্যৱস্হা গ্ৰহণ নকৰক কিয় বৰ্তমানো কিছু দুষ্টচক্ৰ, অসাধু...
হোজাই জিলাৰ যমুনামুখৰ সমষ্টিৰ মোৰাঝাৰ চৌধুৰী বজাৰ সংযোগী পথৰ দুৰাৱস্থাই নগুৰ নাগতি কৰিছে জনসাধাৰণকঃ...
প্ৰাগজ্যোতিষ বাৰ্তা,হোজাই জিলাৰ লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৪জুনঃ বদৰউদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমলৰ অধীনত থকা যমুনামুখ সমষ্টিৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত মোৰাঝাৰ চৌধুৰী...
হোজাইত ছাত্ৰীক অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ
প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,১৪জুনঃ বেটি বাচাও বেতি পঢ়াওঁ শ্ল’গান দিয়া প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীৰ ভাৰতবৰ্ষতে এজাক সমাজ বিৰোধীৰ দুঃচক্ৰৰ ষড়যন্ত্ৰত ভেটি সুৰক্ষিত নহয় মহিলা-যুৱতী আনকি ছাত্ৰ-ছাত্ৰীৰো। এইবাৰ...
লংকাৰ কাকীত অনুজ্ঞাপত্ৰবিহীন ফাৰ্মাচীৰ দপদপনি
প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৪ জুনঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগক ভেঙুচালী কৰি এচাম অসাধু লোকে অনুজ্ঞাপত্ৰ নোহোৱাকৈ লংকাৰ কাকীত অবৈধ ফাৰ্মাচী খুলি গাঁৱৰ...
গোলাঘাটৰ বেতিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক ন্যাস বঁটা প্ৰদান সপোন দেখিলেহে সফলতা লাভ কৰিব...
প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট, ১৪ জুনঃ সফলতা লাভ কৰিবলৈ হলে সপোন দেখিবই লাগিব । প্ৰত্যেক জন মানুহৰ একো একোটা সপোন থাকে । এই সপোন বাস্তৱ ৰূপ...