Daily Archives: June 15, 2019
গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে বিশাল প্ৰতিবাদঃ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ
প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,১৫ জুনঃ গোলাঘাটত ভয়ানকভাৱে বৃদ্ধি পোৱা ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ আজি দিনক...
মাৰ্ঘেৰিটাত আইন সেৱা প্ৰাধিকাৰী উদ্যোগত সজাগতা সভা
প্ৰাগজ্যোতিষ বাৰ্ত,তিনিচুকীয়া,১৫ জুনঃ তিনিচুকীয়া জিলাৰ আইন সেৱা প্ৰাধিকাৰী উদ্যোগত তথা মাৰ্ঘেৰিটা মহকুমাৰ গাওঁৰক্ষী বাহিনীৰ সহযোগত যোৱা ১২ জুন তাৰিখে মাৰ্ঘেৰিটাত এখন সজাগতা সভা অনুষ্ঠিত...
ডিগবৈৰ আই অ’ চি শোধনাগাৰৰ টাৰ্মিনেলত বানপানীঃ ধাৰাষাৰ বৰষুণৰ ফলত ডুব গ’ল টাৰ্মিনেলটো
প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা , ১৫ জুনঃ তিনিচুকীয়া জিলা অন্তৰ্গত ডিগবৈ গোলাইস্থিত আই অ’ চিৰ টাৰ্মিনেলটো সম্প্ৰতি সংকটৰ গৰাহত।আজি নিশা হোৱা ধাৰাসাৰ...
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি
- ধীৰেণ শইকীয়া
যেতিয়ালৈকে সমাজত সকলো শ্ৰেণীৰ লোকৰ মাজত সমতা আৰু অধিকাৰ স্থাপন নহয় তেতিয়ালৈকে বিষ্ণুৰাভাৰ গুৰুত্ব সদায় থাকিব।বিষ্ণুৰাভা আছিল সাম্য- মৈত্ৰীৰ প্ৰতীক। তেওঁ ধনী...
সদৌ অসম বাহ্মণ সমাজৰ নৱম দ্বিবাৰ্ষিক গোলাঘাট অধিবেশন
প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস, ১৫ জুনঃ সদৌ অসম বাহ্মণ সমাজৰ নৱম দ্বিবাৰ্ষিক গোলাঘাট অধিবেশনখন ১৪ জুনৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ গোলাঘাট মহেশ্বৰী ভৱন...