Home 2019 July

Monthly Archives: July 2019

জোনাই ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠ দান সামৰণি

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,৩০জুলাইঃ জোনাই ছাত্ৰ সন্থাৰ উদ্যোগত এমাহ যোৱাৰ কাৰ্যসূচীৰে গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান আয়োজন কৰিছিল আৰু আজি সফল সামৰণি পৰে। জোনাই ছাত্ৰ সন্থাই,...

নিয়মিত শৰীৰ চৰ্চাই শৰীৰ আৰু মন সবল কৰি ৰাখেঃ বিদ্যা ভাৰতীৰ...

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৩০জুলাইঃ বিদ্যা ভাৰতীৰ শৈক্ষিক প্ৰকল্প, হাজোংবড়ীত শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় শাৰীৰিক প্ৰশিক্ষণ বৰ্গ আৰু প্ৰশ্নপত্ৰ নিৰ্মাণ কৰ্মশালা দেওবাৰৰ পৰা আৰম্ভ হৈছে। এই দুয়োটা...

হোজাইত এটা পথে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰঃ পথত আছে গাৰ্ডেন,চি চি কেমেৰা, জিৰণি...

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,৩০জুলাইঃ হোজাই পৌৰসভাৰ অধীনৰ এটা পথে দৃষ্টি আকৃষ্ট কৰিছে ৰাইজৰ। স্বচ্ছতাৰ দিশত অধিক গুৰুত্ব দিয়া পথছোৱাত আছে চিচি কেমেৰা ফুলৰ বাগিচা ,পথৰ দুয়োকাষে গছ...

নখুটী-খাগৰি জানৰ ৰাস্তাৰ দুৰাৱস্থা

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,৩০জুলাইঃ কথাতে কয় নহ’য় বোলে, আছে গৰু নাবাই হাল,থকাতকৈ নথকাই ভাল ! হয়,বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ উন্নয়ন কৰিছে ঠিকেই পিছে চৰকাৰী...

২৮.০৭.২০১৯ তাৰিখে ‘মন কী বাত ২.০’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বক্তব্যৰ অসমীয়া অনুবাদ

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ঃ মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ সাধাৰণতে আপোনালোক আৰু মই এই ‘মন কী বাত’ৰ বাবে অপেক্ষা কৰি থাকো৷ এইবাৰো অসংখ্য চিঠি, মন্তব্য আৰু ফোন...

লংকা লংকেশ্বৰী হস্পিতাল আৰু ৰিৰ্জাজ চেন্টাৰ বিৰুদ্ধে গোচৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ সংবাদ মেল

প্ৰাগজজ্যোতিষ বাৰ্তা,লংকা,২৯জুলাইঃ হোজাই জিলাৰ লংকা লংকেশ্বৰী হস্পিতাল আৰু ৰিৰ্জাজ চেন্টাৰ বিৰুদ্ধে কাকীৰ বুলন নাথ হাজৰিকাৰ পৰিয়ালে অনা অভিযোগ নস্যাৎ কৰিছে হস্পিতাল কৰ্তৃপক্ষই । উল্লেখ যে,...

লংকাৰ কাকীত নবালিকাক ধৰ্ষণঃ সামাজিক বিচাৰেৰে ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণঃ পাঁচ হেজাৰ টকা দি কুকাৰ্য গাপ...

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২৯জুলাইঃ হোজাই জিলাৰ লংকাৰ কাকীত এগৰাকী নবালিকাক দুবাৰকৈ ধৰ্ষণ কৰা ধৰ্ষণকাৰীক সামাজিক বিচাৰেৰে ৰক্ষণাবেক্ষণ দিয়াৰ এক গুৰত্বৰ ঘটনা পোহৰলৈ...

ওপজা দিনত সুগন্ধি পখিলাৰ কবিক স্মৰণ বেলতলা কবি সন্মিলনৰ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৯ জুলাইঃ জুলাই ২৮, সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিন। সকলোৰে আপোন কবি জনাৰ ওপজা দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কবি সমাজ, সাহিত্য...

কবি মৃণাল কুমাৰ বৰাক বৰ্ষশ্ৰেষ্ঠ কবিৰ সন্মান

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২৯জুলাইঃ উদীয়মান কবি মৃণাল কুমাৰ বৰাক 'সদৌ অসম সাহিত্য সন্মিলনে'  কাব্য চৰ্চাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে ২০১৯ বৰ্ষৰ 'বৰ্ষ শ্ৰেষ্ঠ কবি'ৰ সন্মান...

গীত মাত কবিতা আৰু গ্ৰন্থ উন্মোচনৰে মুখৰিত হ’ল অসম সাহিত্য সভা ভৱন

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মণীষা শৰ্মা,২৯জুলাইঃ সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী সভাগৃহত অলপতে গীত মাত...
- Advertisement -

MOST POPULAR

HOT NEWS

Please wait...

Subscribe to our newsletter

Want to be notified when our article is published? Enter your email address and name below to be the first to know.
Facebook