Daily Archives: July 15, 2019

পথটোৰ বিধ্বস্ত ৰূপে জ্বলাকলা খুৱাইছে ভালুকমাৰী ৰাইজক

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,১৫জুলাইঃ হোজাই জিলাৰ লংকা চক্ৰ অন্তৰ্গত পূব ভালুকমাৰি নেপালী বস্তিৰ এটা গুৰুত্বপূৰ্ণ পথ। পথটোৰ বিধ্বস্ত ৰূপে ৰাইজক জ্বলা কলা খুৱাইছে! অতি গুৰত্বপূৰ্ণ পথটো পূব ভালুকমাৰীৰ...

দিশহাৰা এগৰাকী দুৰ্ভগীয়া পিতৃঃ ১৫ টা দিন অতিক্ৰমৰ পিছতো সন্ধান নাপালে অপহৃত কন্যাৰঃ আৰক্ষীৰ...

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৫জুলাইঃ ২৯ জুন ২০১৯ ৰ ঘটনা। লংকাৰ দক্ষিণ লস্কৰপথাৰত কলেজৰ পৰা ঘৰলৈ আহি থকাৰ পথত আব্দুল হামিদৰ কন্যা আপৰুজা বেগম...

ব্ৰহ্মপুত্ৰৰ বুকুত ওফন্দি উঠিছে জলপৃষ্ঠঃ যি কোনো মুহূৰ্তত ডুবিব পাৰে ফাচিবজাৰ-পানবজাৰ অঞ্চচল

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৫জুলাইঃ যোৱা এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰে বৈছে৷ আজি মহানগৰীৰ শুক্লেশ্বৰ ঘাটৰ পৰা কাছমাৰি পাৰ ঘাটলৈকে প্ৰতিটো অঞ্চলত...

বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এম জি এম কণিষ্ঠ মহাবিদ্যালয়ত নৱাগতা আদৰণি অনুষ্ঠান সম্পন্ন

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰা,১৫ জুলাইঃ শিৱসাগৰ জিলাৰ গড়গাঁ‌ৱত অৱস্থিত এম জি এম কণিষ্ঠ মহাবিদ্যালয়ৰ ১৩ জুলাইত দশম সংখ্যক নৱাগত আদৰণি সভা সম্পন্ন হৈ যায়। এই নৱাগত...

দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এনাজৰীৰ প্ৰতিষ্ঠা দিৱস সম্পন্নঃ ‘কোলাহলৰ নিৰ্জনতাত অনুভৱ’ৰ অন্তৰংগ আলাপেৰে জীপাল অনুষ্ঠানটি

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং,১৫ জুলাইঃ ৰাজ্যখনৰ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াবলৈ সক্ষম হোৱা ২০০৭ চনতে জন্ম লাভ কৰা অন্যতম সাহিত্য সাংস্কৃতিক...

ভাজপা নেতা দীপ বৰবৰাৰ বিয়োগত ৰাজ্যিক সভাপতি ৰঞ্জিতকুমাৰ দাসৰ শোক প্ৰকাশ

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাট,১৫ জুলাইঃ সৰুপথাৰৰ বিশিষ্ট উদ্যোগপতি,সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ সৰুপথাৰ মণ্ডল সমিতিৰ সভাপতি, জ্যেষ্ঠ ভাজপা নেতা দীপ বৰবৰাৰ ১৫ জুলাইৰ বিয়লি ১২-২০ বজাত...

আদিকবি ভানুভক্ত আচাৰ্যৰ জন্ম জয়ন্তী পালন

প্ৰাগজ্যোতিষ বাৰ্তা,তামুলপুৰ,১৫জুলাইঃ বাক্সা জিলাৰ নিকাচীত অসম নেপালী সাহিত্য সভাৰ নিকাচী শাখাৰ উদ্যোগত ২০৬ তম্ নেপালী ভাষাৰ আদিকবি ভানুভক্ত আচাৰ্যৰ জন্ম জয়ন্তী সমাৰোহ ১৩ জুলাইত...

কুমাৰীকাটাত হজ যাত্ৰীক সম্বৰ্ধনা এবিএমছুৰ

তামুলপুৰৰ পৰা ধীৰজ উপাধ্যায়,১৫জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা আঞ্চলিক আহমাদুল উলুম হাফিজীয়া মাদ্ৰাছাৰ প্ৰাঙ্গণত কুমাৰীকাটা অঞ্চলৰ তিনিগৰাকী হজ যাত্ৰীক ১৩ জুলাইৰ বিয়লি...

সোৱণশিৰী নদী ভয়ংকৰ ৰূপঃ সন্ত্ৰস্ত অঞ্চলবাসী ৰাইজ

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,১৫জুলাইঃ সোৱণশিৰী নদীয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। ধেমাজি, লখিমপূৰ আৰু মাজুলী জিলালৈ আহিছে বিপদৰ আগজাননী। অৰুণাচল প্ৰদেশত মূষলধাৰ বৰষুণৰ ফলত সোৱণশিৰী নদীৰ...
- Advertisement -

MOST POPULAR

HOT NEWS

x

COVID-19

India
Confirmed: 625,544Deaths: 18,213
ine
x

COVID-19

World
Confirmed: 11,005,385Deaths: 529,981
insdffe
Facebook