Daily Archives: July 19, 2019

ডেৰাডুনৰ উত্তৰাখণ্ডত গোলাঘাট নৃত্যাঞ্জলী সংগীত মহাবিদ্যালয়ৰ সাফল্য

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উৎপল দাস,১৯ জুলাইঃ ডেৰাডুনৰ উত্তৰাখণ্ডত অনুষ্ঠিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গোলাঘাটৰ নৃত্যাঞ্জলী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সাফল্য লাভ কৰিবলৈ সক্ষম...

কিক বক্সিঙত স্বৰ্ণ পদক আজুৰি আনিলে কাইদিম উলুপে

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা,১৯ জুলাইঃ ৰাজ্যিক ভিত্তিত কামৰূপ জিলাৰ মিৰ্জাত অনুষ্ঠিত ১৮ বছৰৰ অনুৰ্ধ্বৰ কিক বক্সিং প্ৰতিযোগিতাত তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা গ্ৰামাঞ্চলৰ এগৰাকী...

পেঙেৰীত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, কানি আৰু মাদক দ্ৰব্য প্ৰচলন নিয়ন্ত্ৰণৰ প্ৰচেষ্টাৰে...

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া,১৯ জুলাইঃ ভাৰতীয় সেনাৰ তিনিচুকীয়া জিলা অন্তৰ্গত পেঙেৰীস্থিত শিবিৰৰ ৩ নং গাড়ৱাল ৰাইফালছৰ উদ্যোগত আৰু পেঙেৰীৰ বিভিন্ন দল সংগঠনৰ সহযোগত যোৱা দহ জুলাই...

জিলা পুথিভৰালত মুকাভিনয় ‘প্ৰায়াশ্চিত্ত’ৰ প্ৰদৰ্শন

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১৯ জুলাইঃ সুৰজিৎ একাডেমী আৰু মুকাক পাপেট থিয়েটাৰ সৌজন্যত অহা ২৬ জুলাইৰ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ জিলা পুথি ভৰাল প্ৰেক্ষাগৃহত পুতলনা...

বিশিষ্ট কবি নৰেণ তালুকদাৰৰ মৃত্যুত অসম কবি সমাজৰ শোক

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১৯ জুলাইঃ বিশিষ্ট কবি, প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিকৰ উপ-সম্পাদক প্ৰয়াত নৰেণ তালুকদাৰৰ স্মৃতিত 'অসম কবি সমাজে’ এক শোকসভা অনুষ্ঠিত কৰে। কবি সমাজৰ সভাপতি...

প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ‘আৰংগেট্ৰম্ আৰু ভাৰতনাট্যম্ নৃত্য উৎসৱ ২০১৯’ শীৰ্ষক অনুষ্ঠান

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী,১৯ জুলাইঃ নূপুৰ কালচাৰেল একাডেমীৰ যোৱা ৬ জুলাইত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আৰংগেট্ৰম্ আৰু ভাৰতনাট্যম নৃত্য উৎসৱ, ২০১৯ শীৰ্ষক অনুষ্ঠিত হৈ যায়। নূপুৰ কালচাৰেল...

বিদ্যা ভাৰতীৰ আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে দৌল গোবিন্দ দৰ্শন

প্ৰাগজ্যোতিষ বাৰ্তা,উত্তৰ গুৱাহাটী,১৭ জুলাই: গুৱাহাটীৰ নাৰেঙ্গীত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা আয়োজিত আচাৰ্য প্ৰশিক্ষণ বৰ্গত ভাগ লোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ১৬৩ গৰাকী আচাৰ্য-...

গুৱাহাটীত বিহুৱা বিহুৱতীৰ বান সাহয্যৰ ধন সংগ্ৰহ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৯জুলাই-ৰাজ্যৰ চাৰিওপিনে বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত লাখ লাখ পৰিয়াল বানৰ কবলত সৰ্ব হাবলগীয়া হৈছে৷ কিছু সংখ্যক বানক্ৰান্তই এমুঠি অন্ন আৰু এটুপি খোৱা...

মাৰ্ঘেৰিটাত আলফা (স্বা)ৰ কেডাৰৰ আত্মসমৰ্পণ

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,১৯ জুলাই- তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত বৰ্তমানেও অব্যাহত আছে ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ উগ্ৰপন্থীৰ বিৰুধী তীব্ৰ অভিযান । উল্লেখ্য যে...

হোজাই জিলাত বানাক্ৰন্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৯জুলাই- হোজাই জিলাৰ বশিষ্ঠ সমাজকৰ্মী তথা ডোকাগীৰি বঁটা প্ৰাপক সুজিত সুম আৰু লংকাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ গুণেশ্বৰ শইকীয়া নেতৃত্বত ১৭জুলাইত...
- Advertisement -

MOST POPULAR

HOT NEWS

x

COVID-19

India
Confirmed: 625,544Deaths: 18,213
ine
x

COVID-19

World
Confirmed: 11,005,385Deaths: 529,981
insdffe
Facebook