Daily Archives: July 26, 2019

গুৱাহাটী প্ৰেছ ক্লাৱত মেডিয়া অ’পিডি সম্পন্ন

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা  মণীষা শৰ্মা,২৬জুলাইঃ মহানগৰীৰ আগশাৰীৰ চিকিৎসালয়  ডাউন টাউন হস্পিটেলৰ উদ্যোগত ২৬ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱত   সাংবাদিকসকলৰ বাবে এক বিনামূলীয়া স্বাস্থ্য  শিবিৰৰ  আয়োজন...

লংকাৰ উদালিত কিশোৰী উদ্ধাৰ

প্ৰাগজ্যোতিষ বাৰ্তা, লংকা,২৬ জুলাইঃ হোজাই জিলাৰ লংকাত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। লংকা উদালিৰ বাসিন্দা পাৰবীন বেগম নামৰ এগৰাকী মহিলাই দুই বছৰ ধৰি এগৰাকী ১৬...

টকিঅ’ অলিম্পিকৰ টেষ্ট ইভেণ্টৰ বাবে ভাৰতীয় মহিলা হকী দলৰ ১৮ সদস্য নিৰ্বাচিত

দিল্লী,২৬জুলাইঃ অহা ১৭ আগষ্টৰ পৰা ২১ আগষ্টলৈ হ’বলগীয়া টকিঅ’ অলিম্পিক টেষ্ট ইভেণ্টৰ বাবে ভাৰতৰ মহিলা হকী দলৰ ১৮ জনীয়া সদস্যসকলক আজি নিৰ্বাচিত কৰা হয়। জাপানৰ...

হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ সংৱাদ মেলঃ গৰু ছিণ্ডিকেটৰ...

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২৬জুলাইঃ বৰ্তমানলৈকে চোৰাং ভাৱে গৰু, ম'হৰ ছিণ্ডিকেটৰ ক্ষেত্ৰত ছয়টাকৈ গোচৰ পঞ্জীভুক্ত কৰিছে জিলা প্ৰশাসনে লগতে ১২ জন গাড়ীৰ চালক...

বিজেপিৰ হাতলৈ হোজাই জিলা পৰিষদঃ বিজেপিৰ ৬ সদস্যসহ ৮জন পৰিষদীয় সদস্যৰ অনাস্থা

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২৬জুলাইঃ নৱগঠিত হোজাই জিলাৰ প্ৰথমখন জিলা পৰিষদ গঠনৰ ছয়মাহৰ ভিতৰতে ভংগ হোৱাৰ দিশে গতি কৰিলে। কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা জিলা...

হোজাইত বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,২৬জুলাইঃ হোজাই জিলাত বানপানীয়ে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে বানাক্ৰান্তসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে দল সংগঠন আৰু স্থানীয় ৰাইজ৷ হোজাই সমষ্টিৰ বানাক্ৰান্তসকলৰ মাজত...

তিনিচুকীয়া জিলা মহিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,২৬ জুলাইঃ তিনিচুকীয়াত অনুষ্ঠিত তিনিচুকীয়া জিলা মহিলা সমিতিৰ ৪১তম প্ৰতিষ্ঠা দিৱসটি অতি উলহ মালহৰে ২৫ জুলাইত দিনযোৰা কাৰ্যসূচীয়ে পালন কৰা...
- Advertisement -

MOST POPULAR

HOT NEWS

x

COVID-19

India
Confirmed: 936,181Deaths: 24,309
ine
x

COVID-19

World
Confirmed: 13,212,459Deaths: 570,409
insdffe
Facebook