31.8 C
Guwahati
Thursday, August 22, 2019

Daily Archives: August 5, 2019

সৰু পৰ্দাৰ আঁৰে আঁৰে এভূমুকি

-ঘনশ্যাম দাস   অসমৰ সাংস্কৃতিক পথাৰখনত অন্য এক সংযোজন ৰং চেনেলৰ মেগা চিৰিয়েল 'পৰিণীতা’। সঁচাকৈ টিভিৰ দৰ্শকক মনোৰঞ্জন দিব পৰা এখন মননশীল ধাৰাবাহিক পৰিণীতা। ১২০ টা খণ্ডৰ...

গোলাঘাটত বিভিন্ন দল-সংগঠনৰ পৰা বিজেপিত যোগদান

প্ৰাগজ্যোতিষ বাৰ্তা,গোলাঘাটৰ পৰা উ९পল দাস, ৫ আগষ্টঃ ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱজিত বৰাৰ উপস্থিতিত গোলাঘাট নগৰখনৰ কেইবাটাও অঞ্চলত বিভিন্ন দল-সংগঠনৰ সদস্যই...

শিশু শিক্ষা সমিতিৰ প্ৰান্ত শাৰীৰিক বৰ্গ সম্পন্ন

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৫আগষ্টঃ চন্দ্ৰপুৰ, হাজোংবৰীৰ বিদ্যা ভাৰতীৰ শৈক্ষিক প্ৰকল্পত যোৱা ২৮ জুলাইৰ পৰা চলি থকা শিশু শিক্ষা সমিতিৰ প্ৰান্ত শাৰীৰিক বৰ্গৰ সামৰণি পৰিছে। এই কথা শিশু...

হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৃষক মুক্তিৰ ধৰ্ণা

প্ৰাগজ্যোতিষ বাৰ্তা,হোজাই,৫আগষ্টঃ কাৰ্বিআংলং জিলাৰ সীমা নিৰ্দ্ধাৰণৰ দাবীৰ লগতে আন কেইবাটাও দাবী পূৰণৰ দাবীত সোমবাৰে হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত কৃষক মুক্তি সংগঠনে এক ধৰ্ণা কাৰ্যসূৰ্চী...

মাৰ্ঘেৰিটাত এন এছ চি এনৰ কেডাৰ আটক

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া, ৫ আগষ্টঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী থানাৰ অন্তৰ্গত জাগুনত সেনাৰ ৰাজ ৰাইফলচে অভিযান চলাই ৩ আগষ্টত জাগুন ৯ মাইলত আটক...

গাওঁৰক্ষী বাহিনী দ্বাৰা বান সাহায্য প্ৰদান

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা,৫ আগষ্টঃ বিভিন্ন সময়ত গাওঁৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকলে আৰ্তজনৰ কাষত থিয় হৈ সহায় সহযোগ কৰি অহাতো সৰ্বজন বিদিত। আজিও তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা...

লংকাত ৰহস্যজনক ভাৱে বেংক কৰ্মচাৰীক চীপ লোৱা অৱস্থাত উদ্ধাৰঃ হত্যাৰ সন্দেহ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,৫আগষ্টঃ লংকাৰ ভালুকমাৰী ইউনিউন বেংকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গফুৰ দাস নামৰ লোকজনক সোমবাৰে পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা...

কটন বিশ্ববিদ্যালয় আছু গোটৰ বুক বেংক মুকলি

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মণীষা শৰ্মা,৫আগষ্টঃ প্ৰতি বছৰৰ দৰে এইবাৰো কটন বিশ্ববিদ্যালয় আছু গোট আৰু ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰম্ভ...

উত্তৰ পূৱত প্ৰথমবাৰলৈ লোকৰত্নাগৰ্ভ ড°ডলী দাস ৱেৰ ৰেডিঅ’ চেনেল মুকলিঃ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৫আগষ্টঃ অসমৰ সংগীত জগতৰ অন্যতম সম্মৰনীয় শিল্পী ড° ডলী দাসৰ নামত আজি ড° ডলী দাস ৱেৰ ৰেডিঅ’ চেনল মুকলি কৰা হয়৷ আজি গুৱাহাটী প্ৰেছক্লাৱত...

MOST POPULAR

HOT NEWS

Please wait...

Subscribe to our newsletter

Want to be notified when our article is published? Enter your email address and name below to be the first to know.
Facebook