31.8 C
Guwahati
Thursday, August 22, 2019

Daily Archives: August 12, 2019

আলোকপ্ৰভঞ্জন বঁটা ড০ অমৰজ্যোতি চৌধুৰীলৈ, দৈনন্দিন বাৰ্তা বঁটা তীৰ্থাংক দাস কলিতালৈঃ মুখ্যমন্ত্ৰীৰ সাহায্য...

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১২আগষ্টঃ ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ প্ৰতিনিধিয়ে আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে। এই সাক্ষাৎ কালত মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ বাতৰি কাকত সংস্থাটোৱে ৫০,০০১...

হিন্দু জাগৰণ মঞ্চ,অসমৰ উদ্যোগত অখণ্ড ভাৰত দিৱস

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১২আগষ্টঃ অখণ্ড ভাৰতৰ স্মৃতি ৰোমন্থনৰ লগতে অখণ্ড ভাৰতৰ গৌৰৱ, গৰিমা আৰু ভৌগলিক বিশালতাৰে ভাৰতবৰ্ষক পূনৰ্বাৰ স্মৰণৰ উদ্দেশ্যেৰে অহা ১৪ আগষ্টত হিন্দু জাগৰণ মঞ্চ,অসমে...

জি আই এম টি, তেজপুৰৰ বাৰ্ষিক আলোচনী ‘জিমচিয়ান’ উন্মোচন

প্ৰাগজ্যোতিষ বাৰ্তা,তেজপুৰৰ,১২ আগষ্টঃ তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন'লজী, চমুকৈ জি আই এম টি, তেজপুৰৰ বাৰ্ষিক আলোচনী 'জিমচিয়ান'ৰ ষষ্ঠ সংখ্যাটো ১০...

এটুপি খোৱা পানীৰ বাবে ৰূপনগৰত হাহাকাৰঃ হাতত খালী বাচনবৰ্তন লৈ ৰাজপথত তীব্ৰ প্ৰতিবাদ অঞ্চলবাসী...

প্ৰাগজ্যোতিষ বাৰ্তা,মনোজ ডেকা গুৱাহাটীৰ পৰা, ১২আগষ্টঃ গুৱাহাটী মহানগৰীৰ ৰূপনগৰৰ মুক্তিযুজাৰু পথৰ বাসিন্দাসকলে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয় হৈছে৷ দীৰ্ঘদিন ধৰি এই অঞ্চলৰ বাসিন্দাসকলে পানীৰ সমস্যাত...

গুৱাহাটীত সাংবাদিকৰে মত বিনময় হেপেটাইটিছ ‘বি’ৰ বিশেষজ্ঞৰ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মণীষা শৰ্মাঃ বৰ্তমান সময়ত হেপেটাইটিছ বি ভাইৰাছে সমগ্ৰ বিশ্বতে এক বিভীষিকাৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত ইয়াৰ প্ৰভাৱ...

ডিগবৈ তেল পৰিবাহী পাইপত অগ্নিকাণ্ডঃ কথমপি ৰক্ষা পৰিল স্কুলীয়া ছাত্র-ছাত্ৰী

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,১২ আগষ্টঃ তিনিচুকীয়া জিলা ডিগবৈ শোধনাগাৰৰ তেল পৰিবাহী পাইপত যোৱা শনিবাৰে এক অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। ডিগবৈৰ পৰা তিনিচুকীয়াৰ টাৰ্মিনেললৈ যোৱা...

MOST POPULAR

HOT NEWS

Please wait...

Subscribe to our newsletter

Want to be notified when our article is published? Enter your email address and name below to be the first to know.
Facebook