27 C
Guwahati
Wednesday, September 18, 2019

Daily Archives: August 17, 2019

ধৰা সেউজী কৰাৰ সংকল্পেৰে ৭৩ তম স্বাধীনতা দিৱস উদযাপন লংকাৰ এটি স্বেচ্ছাসেৱী সংগঠনৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,১৭ আগষ্টঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উলহ-মালহৰ মাজতে "ধৰা সেউজী" কৰাৰ সংকল্পৰে লংকাৰ এটি বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনে বৃক্ষৰোপণ কাৰ্যসূচীৰে জনসচেতনতা বৃদ্ধিৰ পদক্ষেপ...

ভাৰতৰ ৰাষ্ট্ৰীয় পতকাক অপমান ৰাতি ৭-৪৫ বজালৈকে উৰি থাকিল ত্ৰিৰংগা

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৭ আগষ্টঃ যি সময়ত ভাৰতবাসীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় পতকাক সন্মান দি আহে ঠিক সেই সময়তেই হোজাই জিলাৰ লংকাৰ ষ্টেট বেংকৰ...

স্বাধীনতা দিৱসৰ দিনাই হাঁহচৰাবাসী ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ, অকৰ্মণ্য গড়কাপ্তানী বিভাগলৈ বাট নাচাই নিজে স্পীডব্ৰেকাৰত...

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰা, ১৭আগষ্টঃ চেৰেকাপাৰ গাওঁ পঞ্চায়তৰ সভাপতি পংকজ চেতিয়া, হাঁহচৰা প্ৰেছ ক্লাবৰ সম্পাদক দেৱজ্যোতি বৰুৱা, সমাজকৰ্মী ৰবীন বৰুৱা, জীবন বৰুৱা, পঞ্চায়তৰ বিষয়ববীয়া স্থানীয়...

লাচিত গাওঁ পঞ্চায়তৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং,১৭ আগষ্টঃ শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ অন্তৰ্গত লাচিত গাওঁ পঞ্চায়তৰ উদ্যোগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দিন যোৰা কাৰ্য্যসূচীৰে...

পৰৱৰ্তী অ’পিডিত ছানভেলী হস্পিটেলৰ চিকিৎসক

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৭ আগষ্টঃ মহানগৰীৰ ছানভেলী চিকিৎসালয়ৰ উদ্যোগত আজি ১৭ আগষ্ট শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ কাৰণে এক বিনামূলীয়া অ'পিডি ক্লিনিকৰ আয়োজন কৰা হৈছে। বিয়লি ৪ বজাৰ পৰা...

ধেমাজি জিলাত ৭৩ সংখ্যক স্বাধীনতা দিৱস পালন

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি, ১৭ অক্টোবৰঃ আজি সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে ধেমাজিতো ৭৩ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। আজি ধেমাজি কাছাৰী...

ড্ৰাগছ আৰু ধঁপাতৰ ভয়াৱহতাৰ ওপৰত সজাগতামূলক বাটৰ নাট

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া,১৭ আগষ্টঃ ধেমাজিৰ এটি অন্যতম আগশাৰীৰ অগ্ৰণী নাট্যানুষ্ঠান ধেমাজি নাট্য মন্দিৰ সহযোগত ধেমাজি জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আজি জিলাখনৰ...

কবি মনীষা শৰ্মাক সম্বৰ্ধনা

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৭ আগষ্টঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৃহস্পতিবাৰে ভিন্ন স্থানত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গীত মাতৰ লগতে সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা...

গুৱাহাটীত সাংবাদিকৰে মত-বিনময় হেপেটাইটিছ ‘বি’ৰ বিশেষজ্ঞ

প্ৰাগজ্যোতিষ বাৰ্তা,মণীষা শৰ্মা,গুৱাহাটীৰ পৰা,১৭ আগষ্টঃ বৰ্তমান সময়ত হেপেটাইটিছ বি ভাইৰাছে সমগ্ৰ বিশ্বতে এক বিভীষিকাৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত ইয়াৰ প্ৰভাৱ...

MOST POPULAR

HOT NEWS

Please wait...

Subscribe to our newsletter

Want to be notified when our article is published? Enter your email address and name below to be the first to know.
Facebook