Daily Archives: September 3, 2019

বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আৰু অঙ্গনবাদী কৰ্মীসকলৰ সহযোগত সজাগতা প্ৰচাৰ অভিযান

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী, ৩ ছেপ্টেম্বৰঃ আজি দিনৰ ১০ বজাত, বৰদলনি সংহত শিশু উন্নয়ন প্ৰকল্প উদ্যোগত আৰু অঙ্গনবাদী কৰ্মীসকলৰ সহযোগত পোষণ ওপৰত বিশেষভাৱে ৰাইজ তথা মহিলাসকলক...

কাব্যকানন ধেমাজি লক্ষীমপুৰ জিলা সমিতিৰ সাধাৰণ সভা আৰু কবি সন্মিলন

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী, ৩ ছেপ্টেম্বৰঃ মহাত্মাগান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ধেমাজি,লক্ষীমপুৰ জিলা কাব্য কাননৰ উদ্যোগত আৰু গোগামুখ মহাবিদ্যালয়ৰ সহযোগত ৰবিবাৰে এখন সাধাৰণ সভা আৰু...

ধেমাজিত কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ৩ ছেপ্টেম্বৰঃ ধেমাজি সদৰ চাৰিআলিত আজি ধেমাজি জিলা কাৰাটে সন্থাৰ যুতীয়া সম্পাদক দিগন্ত চুতীয়াই জে কে এছ শ্বোটৌ জুকু...

গুৱাহাটী প্ৰেছ ক্লাবৰ মিডিয়া অ’পিডি সম্পন্ন

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ চেন্নাইৰ  আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান  ডাঃ ৰেলা  ইনষ্টিটিউট এণ্ড মেডিকেল চেণ্টাৰৰ অভিজ্ঞ চিকিৎসক ডাঃ  প্ৰাণেথৰণ মাৰিমুথুৰ উপস্থিতিত শনিবাৰে(৩১ আগষ্ট)  গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা স্বাস্থ্য শিবিৰত প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিকসকলে  নিজৰ লগতে পৰিয়ালৰ সদস্যৰ  মগজু আৰু  স্নায়ুজনিত  ৰোগৰ  সমস্যা  সম্পৰ্কত পৰামৰ্শ লাভ কৰে। প্ৰায় ১০ গৰাকীৰো অধিক সাংবাদিকে অংশ লোৱা শিবিৰত...

গুৱাহাটী প্ৰেছ ক্লাবত  হেপেটাইটিছ বি আৰু চি ৰ পৰীক্ষণ শিবিৰ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ চেন্নাইৰ ডাঃ ৰেলা ইনষ্টিটিউট এণ্ড মেডিকেল  চেণ্টাৰৰ  উদ্যোগত অহা সোমবাৰে (৯ ছেপ্টেম্বৰ) গুৱাহাটী প্ৰেছ ক্লাবত  সাংবাদিকসকলৰ বাবে   এটি হেপেটাইটিছ বি আৰু...

৭ ছেপ্টেম্বৰত গুৱাহাটীত নৰ্থ ইষ্ট প্ৰিন্ট টেকৰ তৃতীয় সংস্কৰণ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা, ৩ ছেপ্টেম্বৰঃ অহা ৭ ছেপ্টেম্বৰ পৰা ১০ ছেপ্টেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে নৰ্থ ইষ্ট প্ৰিন্ট টেকৰ তৃতীয় সংস্কৰণ গুৱাহাটীৰ মনিৰাম দেৱান...

লংকাৰ ডাবলংত পিস্তল সহ মেগজিন আৰু সজীৱ গুলি জব্দ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৩ ছেপ্টেম্বৰঃ বহিঃ ৰাজ্যৰ পৰা অবৈধ অস্ত্ৰ সৰৱৰাহৰ চোৰাং ব্যৱসায় দিনক-দিনে বৃদ্ধি পোৱাৰ সময়তে লংকাত আৰক্ষীয়ে পিস্তল সহ...

সুূদূৰ বাংলাদেশৰ পৰা চাইকেল চলাই নিশা লংকাত আহি উপস্হিত বাংলাদেশৰ যুৱক

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা, ৩ ছেপ্টেম্বৰঃ চাইকেল চলাই ভ্ৰমণ কৰি ভাল পোৱা এজন যুৱক । নাম টামবিৰা জাউনীক । সুদূৰ বাংলাদেশৰ পৰা যোৱা নিশা লংকাত আহি উপস্হিত...
- Advertisement -

MOST POPULAR

HOT NEWS

x

COVID-19

India
Confirmed: 849,522Deaths: 22,673
ine
x

COVID-19

World
Confirmed: 12,717,187Deaths: 565,122
insdffe
Facebook