Daily Archives: October 12, 2019

গেলেকী-নাজিৰা পথৰ দুৰৱস্থাঃ ৰাজপথলৈ ওলাই আহিল ৰাইজ, ১২ ঘণ্টীয়া সৰ্বাত্মক গেলেকী বন্ধ

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰ হাঁহচৰাৰ পৰা,মুকুল বাইলুং ১২ অক্টোবৰঃ গেলেকী-নাজিৰা মুখ্যপথ নিৰ্মাণৰ দাবীত অনুষ্ঠিত হয় ১২ঘণ্টীয়া সৰ্বাত্মক গেলেকী বন্ধ। ১২ঘণ্টীয়া এই গেলেকী বন্ধ কাৰ্যসূচীত গেলেকী অঞ্চলৰ...

বিস্ময় বৃক্ষ আৰু এখন বিদ্যালয়ৰ ছাত্র-ছাত্ৰী

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং, ১২ অক্টোবৰঃ শিৱসাগৰ জিলাৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান বেতবাৰী জাতীয় বিদ্যাপীঠৰ উচ্চ শাখাৰ প্ৰায় ৪৫ জনীয়াছাত্ৰ-ছাত্ৰীৰ এটা দলে...

পুৱাই লংকাত হাতে হাতে বাঢ়নি লৈ পথত ওলাল মহিলা

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১২ অক্টোবৰঃ গান্ধীজয়ন্তীৰ লগত সংগতি ৰাখি যোৱা দুই অক্টোৱৰত লংকাৰ ৮ নং ৱাৰ্ডত পূৱাই স্হানীয় মহিলাসকলে হাতে হাতে বাঢ়নি...

গোলাঘাটৰ ঐতিহ্যমণ্ডিত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী শিক্ষাৰ্থীৰ বঁটা প্ৰদান

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাট, ১২ অক্টোবৰঃ গোলাঘাটৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত ৰবীন্দ্ৰ নাথ গোস্বামীৰ স্মৃতিত তেখেতৰ পৰিয়ালবৰ্গই...

ধনশিৰিত ১০০ গৰাকী বিশেষভাৱে সক্ষম লোকক সম্বৰ্ধনা

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাট, ১২ অকেটোৱৰঃ মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে ধনশিৰি মহকুমাৰ সীমান্তৱৰ্তী চুঙাজান এম ভি গাঁও পঞ্চায়তে। শুক্ৰবাৰে এম ভি গাঁও পঞ্চায়তৰ উদ্যোগত আৰু...

কেন্দ্ৰীয় বিদ্যালয় গোলাঘাটৰ নৱ নিৰ্মিত ভৱন উদঘাটন

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা,উৎপল দাস,১২ অক্টোবৰঃ মানৱ সম্পদ উন্নয়ন বিকাশ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিয়াল দিশংকই সমগ্ৰ দেশৰ ২৫ খন কেন্দ্ৰীয় বিদ্যালয়ৰ লগতে কেন্দ্ৰীয়...

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা উৎপল দাস,১২ অক্টোবৰঃ গোলাঘাট জিলাৰ বাণিজ্য-শিক্ষাৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস অলপতে দিনযোৰা বিস্তৃত...

বিধ্বস্ত পথ আৰু কালভাৰ্টঃ গড়কাপ্তানি বিভাগৰ উন্নয়ন নামত ফোপোলা স্বৰূপ

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী, ১২ আক্টোবৰঃ ধেমাজি জিলাৰ নলবাৰী অঞ্চলৰ নলবাৰী পৰা কৌপাতনি সংযোগী পথৰ দুৰৱস্হাই নগুৰ-নাগতি কৰিছে জনসাধাৰণক। উক্ত পথচোৱাত থকা কালভাৰ্টটি পাহাৰৰ পৰা বৈ অহা...

আঁচনি আছে কামত নাই, থকাতকৈ নথকাই ভাল

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজী, ১২ অক্টোবৰঃ স্বচ্ছতা নামৰ আঁচনিখনক একাংশ লোকে বুঢ়া আঙুলি দেখুৱাই, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষসমূহক ডাচবিন হিচাপে ব্যৱহাৰ কৰা দেখা গৈছে। এই...

গাওঁপঞ্চায়ত সমূহত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ আন্দোলন

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজীৰ পৰা ললিত শইকীয়া, ৩ অক্টোবৰঃ গান্ধী জয়ন্তীৰ দিনাই নিজৰ প্ৰাপ্যৰ দাবীত আন্দোলনত নামিব লগা হল গান্ধীজীৰ সপোনৰ গ্ৰাম স্বৰাজ অৰ্থাৎ গাওঁপঞ্চায়ত সমূহত...
- Advertisement -

MOST POPULAR

HOT NEWS

Please wait...

Subscribe to our newsletter

Want to be notified when our article is published? Enter your email address and name below to be the first to know.
Facebook