Daily Archives: October 29, 2019

ভাৰতবৰ্ষৰ ভাৱমূৰ্তি ম্লান কৰাত পশ্চিমীয়া সংবাদ মাধ্যমৰ অৰিহণা অধিক

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৯ অক্টোবৰঃ পৃথিৱীৰ অন্যতম প্ৰাচীন সভ্যতা সংস্কৃতিৰে সমৃদ্ধ ভাৰতবৰ্ষৰ ভাৱমূৰ্তি আন্তৰ্জাতিক প্ৰেক্ষাপটত ম্লান কৰাত ভূমিকা গ্ৰহণ কৰি আহিছে পশ্চিমীয়া দেশৰ একাংশ সংবাদ...

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থাঃ দিছপুৰৰ সমীপতে ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত একাঠু পানী

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৯ অক্টোবৰঃ ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় সমুহৰ আন্তঃগাঠনি যে দিনক দিনে শোচনীয় হ’বলৈ ধৰিছে সেয়া নিশ্চিত৷ ৰাজধানী দিছপুৰৰ সমীপতে অৱস্হিত ৰাজধানী মধ্য ইংৰাজী...

ধেমাজি প্ৰেছ ক্লাৱত দীন মহন দলে আৰু ৰামেশ্বৰ মেদকৰ গ্ৰন্থ উন্মোচন

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজি পৰা ললিত শইকীয়া, ২৯ অক্টোবৰঃ ২৮ অক্টোবৰত ধেমাজি প্ৰেছ ক্লাৱত "Quest for Autonomy of the Misings’’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা...

কেৰেলাত কাম কৰিবলৈ গৈ মৃত্যু ধেমাজীৰ যুৱকৰ

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজী, ২৯ অক্টোবৰঃ কেৰেলাত কাম কৰিবলৈ গৈ মৃত্যুক আঁকোৱালি ল’লে ধেমাজিৰ ১নং ভৰালিচুকৰ বিতুপন বৰা নামৰ এজন অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকে৷ বিগত এবছৰ...

চাউল আত্মসাৎকাৰী এজেণ্টক ৰক্ষণাবেক্ষণ আৰক্ষীৰঃ ধেমাজি জীয়াঢল সমবায় সমিতিৰ অভিযোগ

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজি পৰা ললিত শইকীয়া, ২৯ অক্টোবৰঃ এগৰাকী নিলম্বীত এজেন্টে বহু হিতাধিকাৰীৰ খাদ্য সুৰক্ষা আঁচনিৰ চাউল আত্মসাৎ কৰা তীব্ৰ অভিযোগ তুলিছে ধেমাজিৰ জীয়াঢল...

প্ৰদুষণমুক্ত দিপাৱলী পালনৰ বাবে নৰ্থ ইষ্ট পিপুলচ ৰাইটৰ প্ৰশংসণীয় পদক্ষেপ

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ,হাঁহচৰা, ২৯ অক্টোবৰঃ সেচ্ছাসেৱী সংগঠণ নৰ্থ ইষ্ট পিপুলচ ৰাইটে জনসাধাৰনৰ মাজত প্ৰদুষণমুক্ত দিপাৱলী পালনৰ বাবে বিগত কিছু বৰ্ষ ধৰি বিভিন্ন কাৰ্যসূচী পালন কৰি...

সণোৱাল কছাৰী ছাত্র সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভা আৰু হালানী সাংস্কৃতিক অনুষ্ঠান

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং,২৯ অক্টোবৰঃ শিৱসাগৰ জিলা বকতা, সোণাপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শিৱসাগৰ জিলাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভা আৰু হালালী...
- Advertisement -

MOST POPULAR

HOT NEWS

x

COVID-19

India
Confirmed: 625,544Deaths: 18,213
ine
x

COVID-19

World
Confirmed: 11,005,385Deaths: 529,981
insdffe
Facebook