Monthly Archives: November 2019
চামগুৰিত ভুৱা উগ্ৰপন্থীৰ ধন দাবী মহিলাকঃ গ্ৰেপ্তাৰ দুই নম্বৰী উগ্ৰপন্থীটো
প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৩০ নবেম্বৰঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰদলত আজি দুপৰীয়া আৰক্ষীৰ অভিযানত এজন ভুৱা উগ্ৰপন্থীক কৰায়ত্ব...
পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ বৈঠক সম্পন্ন
প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৩০ নবেম্বৰঃ গুৱাহাটীৰ পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ নৱেম্বৰ মাহৰ বৈঠকখন কালি স্থানীয় উন্নয়ন সমিতিৰ কাৰ্যালয় প্ৰাংগণত সন্ধিয়া পাঁচ বজাত সাহিত্য...
লংকাত আলফা স্বাধীনৰ পতাকা উত্তোলনৰ ঘটনাত জড়িত আলফাৰ লিংকমেনক আটক আৰক্ষীৰ
প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৯ নবেম্বৰঃ লামডিংৰ পৰা আটক মানৱজ্যোতি কলিতা(২০)নামৰ আলফাৰ লিংকমেন এজনক।
ধৃত যুৱকজন ১নং কাকী ২নং বঢ়মপুৰ গাঁৱৰ মৃত ধীৰেন...
ডিগবৈ পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মুখত হাপজান ব্লক কংগ্ৰেছৰ ধৰ্ণা
প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ২৯ নৱেম্বৰঃ তিনিচুকীয়া জিলা অন্তৰ্গত ডিগবৈ চহৰত কৰ সংগ্ৰহৰ নামত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ প্ৰতিবাদত আজি হাপজান ব্লক কংগ্ৰেছে...
অসম সাহিত্য সভাৰ সাহিত্যাচার্য বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন
প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২৮ নবেম্বৰঃ অসমীয়া ভাষা আমাৰ স্বভিমান , আমি অসমীয়া ভাষাটো জীয়াই ৰাখিব লাগিব।
ইতিমধ্যে অসম সাহিত্য সভাই অসমীয়া ভাষাৰ প্ৰচাৰ...
গোলাঘাটত ড্ৰাগছ লৈ থকা অৱস্থাত হাতে লোটে আৰক্ষীৰ জালত পৰিল যুৱক
প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাটৰ পৰা উৎপল দাস, ২৮ নবেম্বৰঃ গোলাঘাটত ড্ৰাগছ লৈ থাকোতে হাতে লোটে ধৰা পেলাই গোলাঘাট আৰক্ষীয়ে।
বুধবাৰে নিশা গোলাঘাটত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট...
আধুনিক যুগৰ শ্ৰৱণ কুমাৰ ডি কৃষ্ণা কুমাৰঃ স্কুটাৰেৰে মাতৃক সমগ্ৰ ভাৰতৰ তীৰ্থস্থান দৰ্শন কৰোৱাটো...
প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,২৮ নৱেম্বৰঃ মাতৃৰ ভক্তিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে কৰ্নাটকৰ ডি কৃষ্ণা কুমাৰ নামৰ যুৱকজনে৷
যুৱকজনৰ নিজৰ মাতৃৰ প্ৰতি থকা ভক্তি আৰু শ্রদ্ধাৰ...
লংকাত ডকাইতৰ ৰূপত মাইক্ৰ ফাইনেন্স কোম্পানীৰ কৰ্তৃপক্ষ
প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৮ নবেম্বৰঃ লংকাৰ পূৱ উদালীত ফাইনেন্স কোম্পানী আৰোহণ, ছেটিংছ আৰু বন্ধন ফাইনেন্স কোম্পানীৰ কৰ্তৃপক্ষই মাহেকীয়া কিস্তিৰ ধন...
কেবৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ গণবিক্ষোভ
প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা, ২৭ নবেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে আজি ২৭ নবেম্বৰত গুৱাহাটী মহানগৰীৰ ৰাজপথ কঁপালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷
গুৱাহাটী মহানগৰীৰ...
শ্ৰীমন্ত শঙ্কৰদেৱ মহাবিদ্যালয়ৰ আধাৰ শিলা স্থাপন
প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ, হাঁহচৰাৰ পৰা মুকুল বাইলুং, ২৭ নবেম্বৰঃ শিৱসাগৰ জিলাৰ অন্যতম বুৰঞ্জী প্ৰসিদ্ধ জয়সাগৰৰ ৰূপহী পথাৰত ২৪ নৱেম্বৰত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ, শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ...