Daily Archives: February 4, 2020

মাৰ্ঘেৰিটাত বিশাল অজগৰ উদ্ধাৰ

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৫ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত ১নং মাকুমপথাত আজি এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰা হয় । ডিগবৈ সংমণ্ডলৰ মাৰ্ঘেৰিটা...

লংকাৰ জোৰাপুখুৰীত বাল্যবিবাহৰ প্ৰচেষ্টাঃ চাইল্ড লাইনৰ তৎপৰতাত উদ্ধাৰ এগৰাকী কিশোৰী

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৫ ফেব্ৰুৱাৰীঃ লংকাৰ জোৰাপুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় এগৰাকী কিশোৰী। লংকা চাইল্ড লাইনে আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে কিশোৰী গৰাকীক। কিশোৰী গৰাকীৰ...

বিকশিত অসমৰ নগ্ন ৰূপঃ বিপদসংকুলভাৱে যাতায়ত টেকেৰীৰ জৰাজীৰ্ণ এখন বাঁহৰ দলং

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৪ ফেব্ৰুৱাৰীঃ একবিংশ শতিকাতো বিপদসংকুল, যাতায়তৰ অনুপযোগী এখন বাঁহৰ জৰাজীৰ্ণ দলঙে চৰকাৰৰ চৰম ব্যৰ্থতাৰ এক নমুনা দাঙি ধৰিছে। তিনিচুকীয়া...

‘কা’ বাতিলৰ দাবীত মাৰ্ঘেৰিটাত আছুৰ মানৱ শৃংখল

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৪ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা...
- Advertisement -

MOST POPULAR

HOT NEWS

Facebook