Daily Archives: October 14, 2020

পানী মিহলোৱা পেট্ৰল বিক্ৰীঃ পেট্ৰল পাম্পত উত্তেজনা

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৫ অক্টোবৰ ২০ঃ লংকাৰ ইছলাম বস্তি স্থিত বজৰং ছাৰ্ভিছ পেট্ৰল পাম্পত যোৱা কালি নিশা সৃষ্টি হৈছে উত্তেজনাৰ...

মাজবাটত ৰে’লৰ চেপাত বৃদ্ধ লোকৰ মৃত্যু

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ১৫ অক্টোবৰ ২০ঃ ওদালগুৰি জিলাৰ মাজবাট নগৰৰ মাজমজীয়াত থকা ৰে'লৱে ক্ৰচিংৰ সমীপত আজি এজন বৃদ্ধ লোকৰ ৰে'লৰ চেপাত...

ধমধমাত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উদযাপন

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা,১৪ অক্টোবৰ ২০ঃ অসম সাহিত্য সভাৰ শতদল স্বীকৃতিপ্ৰাপ্ত শাখা সাহিত্য সভা ধমধমা আঞ্চলিক শাখা সাহিত্য সভাই ধমধমাৰ শাখা...

পখিলা খেদাৰ বয়সতে বিদায় ল’লে ধৃতিস্মানে

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা,১৪ অক্টোবৰ ২০ঃ পখিলা খেদাৰ বয়সতে ধৰাৰ পৰা বিদায় ল'লে কণমানি ধৃতিস্মান কলিতাই। মাত্ৰ দহ বছৰীয়া জীৱন পৰিক্ৰমাত মোহিত...

লংকাত উদ্ধাৰ অজগৰ

প্ৰাগজ্যোতিষ বাৰ্তা, লংকা, ১৪ অক্টোবৰ ২০ঃ লংকাৰ এন-এৰিয়াৰ শাৰদা পল্লীৰ গুদ্দু মজুমদাৰৰ ঘৰৰ পৰা আজি উদ্ধাৰ হয় এটা অজগৰ। অজগৰটো ৫ ৰ পৰা ৬ ফূট...

ধমধমা আঙ্গাৰধোৱাৰ চʼকৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ডঃ ৫ লাখ টকাৰ ক্ষতি

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ১৪ অক্টোবৰ ২০ঃ ধমধমাৰ আঙ্গাৰধোৱা চাৰিআলি চʼকত যোৱানিশা প্ৰায় ১১ বজাত জুৰী ষ্টোৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। জুৰি...
- Advertisement -

MOST POPULAR

HOT NEWS

x

COVID-19

India
Confirmed: 7,706,946Deaths: 116,616
x

COVID-19

World
Confirmed: 41,220,369Deaths: 1,131,337
Facebook