শুভমুক্তি- বৰনদী ভটিয়ায়, এখন ব্যতিক্ৰমী অসমীয়া ছবি

আজি সমগ্ৰ অসমৰ ছবি গৃহত মুক্তি লাভ কৰিব মাজুলীৰ পটভূমিত নিৰ্মিত অসমীয়া ছবি “বৰনদী ভটিয়ায়” ৷ মাজুলীৰ অন্যতম নাট্যগোষ্ঠী “ভাৱৰীয়া-দ্যা টি পজিটিভ” ৰ বেনাৰত অনুপম কৌশিক বৰাৰ প্ৰযোজনাত আৰু পৰিচালনাত নিৰ্মিত প্ৰথমখন ছবি “বৰনদী ভটিয়ায়”য়ে ছবিখনক লৈ পৰিচালক,কলা-কুশলী আৰু মাজুলীবাসী ৰাইজ অত‍্যন্ত আশাবাদী।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here