● জামিন বিচাৰি আদালতত পুনৰ মুখথেকেছা খালে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পালে।
● ধনৰ বিনিময়ত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত চি আই দি ২৭/১৮ গোচৰত কাৰাৰুদ্ধ হৈ থকা অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰাস্থ হৈছিল।
● ন্যায়ালয়ে শনিবাৰে সেই জামিন আবেদন নাকচ কৰে। অৱশেষত বৰ্তমানৰ কাৰাগাৰতে থাকিব লাগিব এপিএছচি কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পাল।
Facebook Comments