জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰৰ বিৰুদ্ধে আদালতত গোচৰ

মিচিংসকলক অপমান কৰাৰ অভিযোগত জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰৰ বিৰুদ্ধে জোনাইৰ আদালতত এগৰাকী মিচিং যুৱকে দিলে গোচৰ।


মিচিংসকলে অসমীয়া উচ্চাৰণ কৰিব নোৱাৰে বুলি মন্তব্য কৰাৰ অভিযোগ কণ্ঠশিল্পী সীমান্ত শেখৰৰ বিৰুদ্ধে। বিহু মঞ্চত সীমান্ত শেখৰে কৰিছিল এই মন্তব্য৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here