মহানগৰীৰ উজান বজাৰস্থিত হনুমান মন্দিৰত চুৰিকাণ্ড

মহানগৰীৰ উজান বজাৰস্থিত হনুমান মন্দিৰত সংঘটিত হৈছে চুৰিকাণ্ড। মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিলে ধন। চোৰে লণ্ডভণ্ড কৰিলে মন্দিৰৰ কাৰ্যালয়ৰ আলমাৰী। বৰ্তমান মন্দিৰটোত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here