মানৱ অধিকাৰ

-সুনীতি সোণোৱাল

“ভগৱানসৃষ্ট পৃথিৱীত প্ৰাণীজগতৰ স’তে আমি পুৰুষ-নাৰী উভয়েই মানুহ হিচাপে জন্মগ্ৰহণ কৰো। আমাৰ প্ৰথম পৰিচয় মানুহ। পৃথিৱী সৃষ্টিৰ গতিশীলতাত পুৰুষ-নাৰী উভয়ৰেই বৰঙনি থাকে– ভগৱানে সেইদৰেই সৃষ্টি কৰিছে– তথাপি পুৰুষক দিছে– সবল দেহ-মন– নাৰীৰ শৰীৰ-মন কমনীয়তাৰে পৰিপূৰ্ণ। সেই কমনীয়তাৰ মাজতেই নাৰীৰ সবলতা প্ৰকাশ পায়– কেতিয়াবা পুৰুষতকৈও কোনো কোনো ক্ষেত্ৰত সবলতাৰ পৰিচয় দিব পাৰে কোনো কোনো নাৰীয়ে। – আৰু পুৰুষৰ সবলতাৰ আঁৰত– কেতিয়াবা নাৰীয়ে প্ৰাকৃতিকভাৱে লাভ কৰা অধিকাৰৰ পৰাও বঞ্চিত হৈ যায়। সময়ৰ লগে লগে নাৰীৰ লোপ পোৱা অধিকাৰ পুনৰুদ্ধাৰৰ বাবে ৰাষ্ট্ৰই মহিলা সবলীকৰণ আইনেৰে বহুতো সুৰক্ষা তথা অধিকাৰৰ ব্যৱস্থা কৰি আহিছে।“““বৰ্তমান সময়ত দেশৰ গতি প্ৰগতিৰ লগে লগে মানৱ অধিকাৰৰ বিষয়টো কেউপিনে সৰৱে উচ্চাৰিত হৈ আছে। মানৱ অধিকাৰৰ ধাৰণাটো নতুন নহয়, ই মানুহৰ জীৱন আৰম্ভৰ লগে লগে অন্তৰত ৰোপিত হৈ থাকে। মানুহ হিচাপে পৃথিৱী জন্মগ্ৰহণ কৰাৰ লগে লগে মানুহ হিচাপে আনৰ হস্তক্ষেপ নোহোৱাকৈ জীয়াই থকাৰ লগতে সামাজিক, ৰাজনৈতিক, শৈক্ষিক, অৰ্থনৈতিক সমতা আদিৰ অধিকাৰ লাভ কৰে। আমি যেতিয়া মানুহ হিচাপে জন্মগ্ৰহণ কৰিছো তেনেক্ষেত্ৰত প্ৰকৃতিলব্ধ সেই অধিকাৰ অৰ্থাৎ পৃথিৱীত সুস্থভাৱে জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে, আনে সেই অধিকাৰ অতিক্ৰম কৰাৰ অধিকাৰ নাথাকে। কিন্তু পৃথিৱীৰ আদিম সমাজে জোৰ যাৰ মুলুক তাৰ– Might is Right ভাবত ভাবাপন্ন হৈ দুৰ্বলীৰ ওপৰত সবলীয়ে হকে-বিহকে আনৰ মানৱ অধিকাৰ ক্ষুণ্ণ কৰি সামাজিকভাৱে, ব্যক্তিগতভাৱে, সামূহিকভাৱে, শাসনতন্ত্ৰৰ দ্বাৰাও দুৰ্বলীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে।““সেই ভাবাপন্নতাতেই শ্বেতাংগী-কৃষ্ণাংগীৰ মাজত অসামঞ্জস্যতাই দেখা দিছে– প্ৰচলিত হৈছে কৃষ্ণাংগসকলৰ ওপৰত দাস প্ৰথা, প্ৰজাৰ ওপৰত ৰাজতন্ত্ৰৰ শোষণ, দুৰ্বলীৰ ওপৰত বৰ্বৰোচিত অত্যাচাৰ, নাৰী-পুৰুষৰ মাজত অসামঞ্জস্যতাৰ সৃষ্টি, শোষণ, শাসন, বৰ্জন ইত্যাদি। এনে ভাবধাৰা প্ৰত্যক্ষ কৰি প্ৰকৃতিলব্ধ জ্ঞানেৰে পৰিপূৰ্ণ জ্ঞানী লোকসকলৰ মাজত মানৱ অধিকাৰৰ ধাৰণাটো সোমাই পৰিল। আদিম সমাজত থকা সৰু সৰু গোটসমূহৰ মাজত অধিকাৰবোধৰ ধাৰণাৰ জন্ম হ’ল যে জীয়াই থাকিবৰ বাবে থকা-খোৱা, পিন্ধা, বসবাস আদিৰ দৰে সামাজিক অধিকাৰ সকলোৰে আছে। এজনক জীয়াই থকাৰ পৰা বঞ্চিত কৰি প্ৰাণ হানি কৰিলে হত্যাকাৰীৰূপে পৰিগণিত হ’ব। সেয়ে জীয়াই থকাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ৰক্ষণাবেক্ষণৰ বাবে সমাজত নীতি-নিয়মৰ প্ৰণয়ন কৰা হৈছিল। এইবোৰ তেতিয়াৰ সমাজত ধৰ্মৰ নামত অধৰ্ম, অন্যায় আদিৰ পৰিপ্ৰেক্ষিতত মানৱ অধিকাৰৰ বীজ ৰোপিত হয়।“মানৱ অধিকাৰৰ উৎপত্তি স্থল“এই মানৱ অধিকাৰৰ ধাৰণাৰ সূত্ৰটোৰ উৎপত্তিস্থল হ’ল– ধৰ্ম, প্ৰাকৃতিক নিয়ম, আত্মবিশ্বাস, সমতা, সমাজতত্ত্ব।““এইবোৰৰ ধাৰণাক ভিত্তি কৰিয়েই প্ৰাকৃতিক অধিকাৰ, ব্যৱহাৰযোগ্যতা, মূল্যবোধ, ন্যায় বিচাৰ, আত্মসন্মান, সমানতাৰ আদৰ্শ আদি আধুনিক সূত্ৰটোৰ ভেটিত মানৱাধিকাৰবোধ স্থাপিত হৈছে।““কালক্ৰমত শাসন ব্যৱস্থাৰ ভিত্তিত শাসকগোষ্ঠীৰ হাতত সাধাৰণ ৰাইজৰ সুৰক্ষাৰ ব্যৱস্থা হ’ল যদিও আমাৰ সভ্য সমাজত শাসনতন্ত্ৰ তথা শাসকগোষ্ঠীৰ দ্বাৰাও জনসাধাৰণৰ বহুতৰে কিছুমান অধিকাৰ খৰ্ব হৈ থাকে।“মানৱ অধিকাৰ কোনবোৰ“এতিয়া প্ৰশ্ন হ’ল মানৱ অধিকাৰ কোনবোৰ· বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় সংবিধান তথা আমাৰ ভাৰতবৰ্ষৰ সংবিধানত উল্লেখিত মৌলিক অধিকাৰসমূহেই মানৱ অধিকাৰৰ অন্তৰ্ভুক্ত। সেইবোৰ হ’ল– জীৱনৰ অধিকাৰ, ধৰ্মীয় অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, সমতা, মৰ্যাদা সম্পৰ্কীয়, সংস্কৃতি ৰক্ষাৰ অধিকাৰ, জীৱিকা, বসবাস, মুক্ত বিচৰণ, ভাব প্ৰকাশৰ অধিকাৰ আদি। আমাৰ ভাৰতীয় সংবিধানত উল্লেখিত মৌলিক অধিকাৰসমূহ হ’ল–“ৰ) আইনৰ দৃষ্টিত সমতা- ১৪ নং ধাৰা“২) স্বাধীনতাৰ অধিকাৰ- ১৯ নং ধাৰা“৩) শোষণৰ বিৰুদ্ধে অধিকাৰ- ২৩ নং ধাৰা“৪) ধৰ্মীয় স্বাধীনতা- ২৫ নং ধাৰা“৫) শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ- চ্জ্ঝ নং ধাৰা“6) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ- 3চ্ নং ধাৰা“ইয়াৰোপৰি 36নং ধাৰামতে জনসাধাৰণৰ বাবে ৰাষ্ট্ৰক কিছুমান সুবিধা সম্পৰ্কে ব্যৱস্থা ল’বলৈ অধিকাৰ দিছে।“এই মানৱ অধিকাৰৰ বিষয়টো আজিৰ পৰা প্ৰায় চ্3চ্ছ্ৰ বছৰ আগতে ৰ776 চনত আমেৰিকাত অনুষ্ঠিত হোৱা এক আন্তঃৰাষ্ট্ৰীয় সভাত প্ৰথমবাৰৰ বাবে ইংৰাজৰ উপনিৱেশৰ পৰা ‘স্বাধীনতাৰ ঘোষণা’ বিচাৰি মানৱ অধিকাৰ সাব্যস্ত কৰিবলৈ বিচৰা হয়। তাৰে কিছু বছৰৰ পিছত ৰ7জ্জ্বজ্ঝ চনত ফৰাচী দেশৰ ৰাজতন্ত্ৰৰ একনায়কত্ববাদ আৰু স্বেচ্ছাচাৰিতাত প্ৰজাসকল ক্ষুব্ধ হৈ ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে আৰু ফৰাচী দেশৰ ৰাষ্ট্ৰীয় সভাত সৰ্বসাধাৰণ ৰাইজ আৰু নাগৰিকৰ অধিকাৰৰ কথা ঘোষণা কৰে। ফৰাচী ৰাজতন্ত্ৰৰ এই ঘোষণাৰ পিছতেই সমগ্ৰ বিশ্বতে অৰ্থাৎ দক্ষিণ আমেৰিকা, ইউৰোপ, এচিয়া, আফ্ৰিকা আদি দেশবোৰত মানৱ অধিকাৰৰ ভাৱধাৰাটো বিয়পি পৰিল।“বিশ্বব্যাপী আৰম্ভ হোৱা এই ভাবধাৰাৰ ফলতেই ৰজ্ঝৰ7 চনত ৰাচিয়াতো সাধাৰণ শ্ৰমিক তথা শোষিত লোকৰ দ্বাৰা বিদ্ৰোহ আৰম্ভ হয় যাৰ ফলত ছোভিয়েট ৰাছিয়ান কংগ্ৰেছে শ্ৰমিক তথা শোষিত ৰাইজৰ বাবে এক ঘোষণাৰ দ্বাৰা মানৱ অধিকাৰৰ কথাটো সাব্যস্ত কৰে।“এইবোৰৰ মাজতেই যেতিয়া বিশ্বযুদ্ধ আৰম্ভ হ’ল আৰু বিশ্বই যুদ্ধবন্দীসকলৰ ওপৰত যি অমানুষিক বৰ্বৰ অত্যাচাৰ প্ৰত্যক্ষ কৰিলে– বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত– তেতিয়া এই যুদ্ধবন্দীসকলৰ ৰক্ষণাবেক্ষণৰ বাবে মানৱীয় মৌলিক অধিকাৰ বিষয়টোৰ ওপৰত ৰজ্ঝচ্ছ্ৰপ্ত চনত দুই জুনত পুনঃ চানফ্ৰান্সিছকোত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ এক বৈঠকত সজোৰ আলোচনা আৰম্ভ হয় আৰু তাৰ পিছতেই ৰজ্ঝচ্ছ্ৰজ্জ্ব চনৰ দহ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱসৰূপে ঘোষণা কৰি পালন কৰি অহা হৈছে।“ৰজ্ঝ6প্ত চনৰ পৰা ৰজ্ঝ7প্ত চনৰ ভিতৰত বিভিন্ন আলোচনাৰ পিছত সৰ্বশেষত ৰজ্ঝজ্জ্বৰ চনত ৰাষ্ট্ৰসংঘত ইমানদিনে চলি অহা মানৱ অধিকাৰৰ বিভিন্ন চুক্তি তথা দাবী গৃহীত হৈ কাৰ্যক্ষম হয়। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ ঘোষণাটো ত্ৰিশ দফাৰে চুক্তি কৰা হয়। ইয়াৰ দহটামান দফাত সম্পূৰ্ণৰূপে সমতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰথম দফাটোত উল্লেখ কৰা অৰ্থাৎ জাতি, ধৰ্ম, বৰ্ণ, লিংগ, ভাষাভেদে সমান অধিকাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে– 3, চ্ছ্ৰ নং দফাত দাসত্ব প্ৰথা সম্পূৰ্ণৰূপে বন্ধ হ’ব লাগে বুলি উল্লেখ কৰা আছে, 7নং দফাত আইনৰ দৃষ্টিত সকলোৰে সমান অধিকাৰ তথা ৰক্ষণাবেক্ষণৰ অধিকাৰ, ৰ6নং দফাত পূৰ্ণবয়স্ক পুৰুষ-মহিলা, জাতি-ধৰ্ম নিৰ্বিশেষে নিজৰ মতে বিবাহ কৰোৱা বা বিেচ্ছদৰ অধিকাৰ দিয়া হৈছে। ৰজ্জ্বনং দফা মতে চাকৰিৰ ক্ষেত্ৰত যোগ্যতা সাপেক্ষে পুৰুষ-মহিলাৰ সমান অধিকাৰ আৰু চ্3নং দফামতে পুৰুষ-মহিলাৰ মাজত কোনো অসামঞ্জস্য নৰখাকৈ সমান কামৰ বাবে সকলোৰে সমান মজুৰি হ’ব আৰু চ্ছ নং দফা মতে উচ্চ শিক্ষাত দক্ষতাৰ পৰিপ্ৰেক্ষিতত সকলোৰে সমান প্ৰৱেশৰ সুবিধা থাকিব। ইয়াৰোপৰি বাকীবোৰ দফাত মুক্ত বিচৰণ, বিচাৰত ন্যায় পোৱাৰ অধিকাৰ, নাগৰিকত্ব আদিৰ অধিকাৰৰ কথা উল্লেখ আছে।“ভাৰতেও যিহেতু সেই চুক্তিত স্বাক্ষৰ কৰিছিল সেই মৰ্মে ৰজ্ঝজ্ঝ3 চনত ভাৰতৰ সংসদত মানৱ অধিকাৰ সংৰক্ষণ বিধেয়ক উত্থাপন হয় আৰু ৰজ্ঝজ্ঝচ্ছ্ৰ চনৰ আঠ জানুৱাৰীত বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহীত হৈ মানৱ অধিকাৰ সংৰক্ষণ আইন ৰজ্ঝজ্ঝচ্ছ্ৰ চনৰ জ্জ্ব জানুৱাৰীত বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহীত হৈ মানৱ অধিকাৰ সংৰক্ষণ আইন ৰজ্ঝজ্ঝচ্ছ্ৰ ৰূপে গৃহীত হয়।“সেই মৰ্মে অসমতো মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। মানৱ অধিকাৰৰ বিভিন্ন দিশলৈ লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘত সময়ে সময়ে বহুতো ঘোষণা চুক্তি স্বাক্ষৰিত হৈ আছে। তাৰে ভিতৰত প্ৰচলিত মৃত্যুদণ্ড খাৰিজ কৰাৰ প্ৰস্তাৱ ৰজ্ঝ66 চনৰ চ্ছ ডিচেম্বৰত উত্থাপন কৰা হয়। ইয়াৰোপৰি মানৱ অধিকাৰৰ দিশটোলৈ লক্ষ্য ৰাখি দোষীক বৰ্বৰোচিত শাস্তি, অমানৱীয় ব্যৱহাৰ ৰোধ কৰিবলৈ ৰজ্ঝজ্জ্বচ্ছ্ৰ চনৰ ৰঙ্ম ডিচেম্বৰত আন এখন চুক্তি গ্ৰহণ কৰা হয় আৰু ৰজ্ঝজ্জ্ব7 চনৰ চ্ছ জুনত ইয়াক কাৰ্যকৰী কৰা হয়। এইদৰে বিকাশৰ অধিকাৰ বুলি ড্ডঙ্গন্তুচ্ঞaব্জaব্ধiপ্সু প্সু ত্মiন্ধন্ধ্ৰব্ধ ব্ধপ্স স্তুঙ্গvঙ্গচ্ঞপ্সpপ্পঙ্গুব্ধ ৰজ্ঝজ্জ্ব6 চন চ্ছ্ৰ ডিচেম্বৰত, শিশুৰ অধিকাৰৰ দাবীত Convention on Right of Child 1989 চন চ্ঙ্ম নৱেম্বৰত উত্থাপন কৰি ৰজ্ঝজ্ঝঙ্ম চনৰ দুই জুনত কাৰ্যকৰী কৰা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here