উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত প্ৰথম কাছাৰৰ অসীম সৰকাৰ

প্ৰাগ্ ডেস্ক – আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ বাণিজ্য শাখাত প্রথম স্থান লাভ কৰে কাছাৰৰ অসীম সৰকাৰে। বিবেকানন্দ জুনিয়ৰ কলেজৰ অসীমে লাভ কৰে সৰ্বমুঠ ৪৭৪ নম্বৰ। গুৱাহাটী কমাৰ্চ কলেজৰ পৰা দুগৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিেছ। আনহাতে পূৰ্বৰ ধাৰবাহিকতা ৰক্ষা কৰি গুৱাহাটীৰ কে চি দাস কলেজৰ ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰথম দহৰ ভিতৰত স্থান লাভ কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে।

প্ৰথম দহটা স্থান দখল কৰা সকলৰ ভিতৰত-
প্ৰথম স্থান- অসীম সৰকাৰ ( ৪৭৪)
বিবেকানন্দ জুনিয়ৰ কলেজ, কাছাৰ

দ্বিতীয় স্থানঃ নিবেদিতা গগৈ
ক্ৰেছেন্ট একাডেমী, যোৰহাট
আয়ুশি জৈন
কে চি দাস কমাৰ্চ কলেজ, কামৰূপ মেট্ৰ

তৃতীয় স্থানঃ নেহা আগৰৱাল
গুৱাহাটী কমাৰ্চ কলেজ,

চতুৰ্থ স্থানঃ অৰুনাভ নাথ
গুৱাহাটী কমাৰ্চ কলেজ,

পঞ্চম স্থানঃ ৰাহুল ৰয়
গুৱাহাটী কমাৰ্চ কলেজ,

ষষ্ঠ স্থানঃ তৃষ্ণা অলমপুৰীয়া
গীতাঞ্জলি জুনিয়ৰ কলেজ, নগাঁও
অংকুৰ বৰুৱা
আৰ ডি জুনিয়ৰ কলেজ, তিনিচুকীয়া

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here