মোডী মন্ত্ৰীসভাত কোনে পালে (কেবিনেট) কি দপ্তৰ(২০১৯)

প্ৰাগ্ ডেস্কঃ  নৰেন্দ্র মোডী- প্রধানমন্ত্রী
অমিত শ্বাহ- গৃহমন্ত্রী
ৰাজনাথ সিং- প্রতিৰক্ষা মন্ত্রী
নির্মলা সীতাৰমণ- বিত্তমন্ত্রী, কর্পোৰেট বিষয়ক মন্ত্রী
নিতিন গডকাৰী- পথ আৰু পৰিবহণ মন্ত্রী
ডি ভি সদানন্দ গৌড়া- ৰাসায়নিক আৰু সাৰ মন্ত্রী
ৰামবিলাস পাচোৱান- খাদ্য আৰু উপভোক্তা বিষয়ক মন্ত্রী
নৰেন্দ্র সিং তোমাৰ- কৃষি, গ্রামোন্নয়ন, পঞ্চায়তী ৰাজ
ৰবিশংকৰ প্রসাদ- আইন আৰু তথ্য প্রযুক্তি মন্ত্রী
হৰসিমৰত কউৰ বাদল- খাদ্য প্রক্রিয়াকৰণ মন্ত্রী
তাওৱাৰচাঁদ গেহলোত- সামাজিক ন্যায় আৰু ক্ষমতায়ন মন্ত্রী
এছ জয়শংকৰ – বৈদেশীক মন্ত্রী


ৰমেশ পোখৰিয়াল নিশাঙ্ক- মানবসম্পদ উন্নয়ন মন্ত্রী
অর্জুন মুন্ডা – আদিবাসী বিষয়ক মন্ত্রী
স্মৃতি ইৰাণী- নাৰী আৰু শিশু কল্যাণ মন্ত্রী, বয়ন মন্ত্রী
হর্ষবর্ধন- স্বাস্থ্য মন্ত্রণালয়, বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী
প্রকাশ জাভেডেকৰ- পৰিবেশ, বন আৰু জলবায়ু বিষয়ক মন্ত্রী, তথ্য আৰু সম্প্রচাৰ মন্ত্রী
পীযূষ গোয়েল- ৰে’ল মন্ত্রী
ধর্মেন্দ্র প্রধান- পেট্রোলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী, ইস্পাত মন্ত্ৰী
মুখতাৰ আব্বাস নকভি- সংখ্যালঘু বিষয়ক মন্ত্রী
প্রহ্লাদ যোশী- সংসদ বিষয়ক মন্ত্রী, কয়লা মন্ত্রী
মহেন্দ্রনাথ পাণ্ডে- দক্ষতা উন্নয়ন মন্ত্রী
অৰবিন্দ সাৱন্ত- গুৰু উদ্যোগ মন্ত্ৰী
গিৰিৰাজ সিং- পশু-সম্পদ, ডায়েৰী আৰু মীন মন্ত্রী
গজেন্দ্র সিং শেখাওয়াত- জলসম্পদ মন্ত্রী

(ৰাজ্যিক স্বতন্ত্ৰ দায়িত্বপ্রাপ্তসকল)

সন্তোষ কুমাৰ গাঙ্গোৱাৰ- শ্রম মন্ত্রী
ইন্দ্রজিৎ সিং- পৰিসংখ্যা, পৰিকল্পনা মন্ত্রী
শ্রীপদ এছো নায়ক- প্রতিৰক্ষা মন্ত্রী, আয়ুর্বেদ
জীতেন্দ্র সিং- প্রধানমন্ত্রীৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী, মহাকাশ, পাৰমাণবিক শক্তি, উত্তৰ-পূৱৰ ৰাজ্যৰ উন্নয়ন
আৰ কে সিং- বিদ্যুৎ মন্ত্রী, দক্ষতা উন্নয়ন
কিৰেণ ৰিজিজু- সংখ্যালঘু বিষয়ক, যুব আৰু ক্রীড়া বিষয়ক মন্ত্রী
প্রহ্লাদ সিং পেটেল- সংস্কৃত মন্ত্রী, পর্যটন
হৰদীপ সিং পুৰী- নগৰোন্নয়ন আৰু আবাস, অসামৰিক বিমান পৰিবহণ মন্ত্রী, বাণিজ্য মন্ত্রী
মনসুখ এল মন্ডভিয়া- জাহাজ মন্ত্রক, ৰাসায়নিক আৰু সাৰ মন্ত্রী

(ৰাজ্যিক মন্ত্ৰীসকল)

ফগন সিং কুলস্তে- ইস্পাত মন্ত্রী
অশ্বীনি কুমাৰ চৌৱে- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী
অর্জুন ৰাম মেঘোৱাল- সংসদ বিষয়ক মন্ত্রী, গুৰু উদ্যোগ, ইস্পাত মন্ত্রী
ভি কে সিং- পথ আৰু পৰিবহণ মন্ত্রী
কৃষ্ণপাল গুর্জৰ- সামাজিক ন্যায় বিচাৰ আৰু শক্তি মন্ত্ৰী
ৰাওসাহেব দানবে- উপভোক্তা বিষয়ক, খাদ্য মন্ত্ৰী
জি কিষাণ ৰেড্ডি- গৃহ মন্ত্রী
পুৰুষোত্তম ৰূপালা- কৃষি উন্নয়ন
ৰামদাস আঠাৱালে-সামাজিক ন্যায়ীকৰণ আৰু শক্তি
সাধ্বী নিৰঞ্জন জ্যোতি- গ্রামীণ উন্নয়ন
বাবুল সুপ্রিয়- পৰিবেশ, বন আৰু জলবায়ু বিষয়ক মন্ত্রী
সঞ্জীৱ কুমাৰ বালান- পশুধন
সঞ্জয় সামৰেও- মানৱসম্পদ, তথ্য প্রযুক্তি, যোগাযোগ মন্ত্রী
অনুৰাগ সিং ঠাকুৰ- বিত্ত মন্ত্রী, কর্পোৰেট বিষয়ক মন্ত্রী
সুৰেশচন্দ্র বসপ্পা- ৰে’ল মন্ত্রী
নিত্যানন্দ ৰায়- গৃহ মন্ত্রী
ৰতনলাল কাটাৰিয়া- জলসম্পদ, সামাজিক ন্যায় আৰু শক্তি
ভি মুৰলীধৰণ- বৈদেশীক মন্ত্রী, সংসদ বিষয়ক মন্ত্রী
ৰেণুকা সিং- আদিবাসী বিষয়ক
সোমপ্রকাশ- বাণিজ্য মন্ত্রী
ৰামেশ্বৰ তেলী- খাদ্য প্রক্রিয়াকৰণ উদ্যোগ
প্রতাপচন্দ্র সাৰেঙ্গি- পশুধন, ক্ষুদ্র আৰু মজলীয়া শিল্প
কৈলাশ চৌধুৰী- কৃষি আৰু কৃষক উন্নয়ন মন্ত্রী
দেবশ্রী চৌধুৰী- মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here