প্ৰাগজ্যোতিষ বাৰ্তা, হোজাই,৯ জুনঃ হয়, লংকা গুৰু দুৱৰা প্ৰবন্ধক কমিটিৰ সৌজন্যত প্ৰতি বছৰ দৰে এই বাৰু শিখ সকলৰ ৫ম (৫) গুৰু অৰ্জুন দেৱ জীৰ ৪১৪তম শ্বাহিদ গুৰু পৰৱৰ্তী অতি শ্ৰদ্ধাৰে তিনি ৩ দিনীয়া কাৰ্যসূচীৰে গুৰুদুৱাৰ প্ৰাংগণত উদযাপন কৰা হৈছিল। আৰু লগতে শিখ সকলৰ যি পৰম্পৰা অনুসৰি সকলো লংকাৱাসী ৰাইজক প্ৰসাদ বিতৰণৰ লগতে ছবিল ঠাণ্ডা লচ্ছি (জল) পানীৰে সকলোকে সমানে সেৱা আগবঢ়ায়! শিখসকলৰ লগতে সকলো ধৰ্মৰ লোকক একে লগেই সেৱা আগবঢ়ায়।
Facebook Comments