স্থানীয় সংবাদ ৰাজাবাৰী চাহবাগিচাত উতপ্ত পৰিস্থিতি By pragjyotish assamese weekly newspaper - June 13, 2019 0 12 Share Facebook Twitter Google+ Pinterest WhatsApp Linkedin ReddIt Email Print Tumblr Telegram Mix VK Digg LINE প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাট, ১৩ জুনঃ নুমলীগড়ৰ ৰজাবাৰী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি । শ্ৰমিকৰ ভৱিষ্যত নিধিৰ টকা আদায় নিদিয়াৰ অভিযোগ তুলি শ্ৰমিকে বাগিচাৰ মুখ্যকাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। Facebook Comments