ৰাজাবাৰী চাহবাগিচাত উতপ্ত পৰিস্থিতি

প্ৰাগজ্যোতিষ বাৰ্তা, গোলাঘাট, ১৩ জুনঃ নুমলীগড়ৰ ৰজাবাৰী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি । শ্ৰমিকৰ ভৱিষ্যত নিধিৰ টকা আদায় নিদিয়াৰ অভিযোগ তুলি শ্ৰমিকে বাগিচাৰ মুখ্যকাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here