শৰীৰ চৰ্চাৰ ক্ষেত্ৰলৈ অভিক দত্তৰ অৰিহণা

প্ৰাগজ্যোতিষ বাৰ্তা, লংকা, ১৪জুনঃ হোজাই জিলাৰ লংকাত অভিক দত্ত নামৰ এগৰাকী শৰীৰ চৰ্চাবিদে এটা জিম পৰিচালনাৰে প্ৰায় দহ(১০)বছৰ ধৰি চলাই গৈছে এই অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ মাজত নিয়মিত প্ৰশিক্ষণ! অভিক দত্তই বৰ্তমানেও প্ৰায় ৮০ জন শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰি আছে৷ অবিক দত্ত নিজেই indian bodybuilding federationৰ খেলত ৫ম স্থান লাভ কৰিছিল৷
তেওঁৰ ছাত্ৰ টোপপা ৰয়েও ২০১১চনত মিঃ মঙলদৈ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে!
বৰ্তমান এই অঞ্চলৰ লৰা-ছোৱালী সকলোৱে জিমৰ প্ৰশিক্ষণ ল’বলৈ আগবাঢ়ি অহা দেখা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here