লংকাৰ নখুটিত গছ কটা যন্ত্ৰ উদ্ধাৰ

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা, ১৫জুনঃ লংকাৰ নখুটিত দুটা অত্যাধুনিক গছ কটা যন্ত্ৰ উদ্ধাৰ |নখুটিৰ বন বিভাগে যাত্ৰীবাহী গাড়ীৰ পৰা উদ্ধাৰ কৰে উক্ত গছ কটা যন্ত্ৰ দুটা|

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বিশেষ সূত্ৰৰ পম খেদি নখুটি বন বিভাগৰ বিষয়া শৰ্মা সহ এটি সজাতি দলে লংকাৰ পৰা নখুটি দিশে গৈ থকা অৱস্হাত এখন যাত্ৰীবাহী গাড়ীত অভিযান চলাই দুটা অত্যাধুনিক গছ কটা যন্ত্ৰ উদ্ধাৰ কৰে যদিও কাকো আতক কৰিৱলৈ সক্ষম নহ’ল | দৰাচলতে এনে গছ কটা যন্ত্ৰ ব্যৱহাৰ কৰিয়েই লামডিং বনাঞ্চল ধ্বংস কৰাত উঠি পৰি লাগিছে এটি দুষ্ট চক্ৰ|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here