উদালীত বিবাহিত মহিলা অগ্নিদগ্ধ

প্ৰাগজ্যোতিষ বাৰ্তা, হোজাই,১৭ জুনঃ হোজাই জিলাৰ লংকাৰ ৭ নম্বৰ পূৱ উদালীত অগ্নিদগ্ধ এগৰাকী বিবাহিত মহিলা | মহিলা গৰাকীৰ নাম দিপীকা বৰা|ঘটনা সন্দৰ্ভতজানিব পৰা মতে, লংকাৰ ৭নম্বৰ উদালীৰ দিপীকা বৰা দেৱী নামৰ বোৱাৰী গৰাকী য়ে স্বামীৰ ঘৰৰ পিছফালে গৈ নিজৰ দেহত কেৰাচিন তেল ধালি অগ্নি সংযোগ কৰে|

পিছত উক্ত খৱৰ মাতৃ পৰিয়ালে অৱগত হৈ স্বামী ঘৰত উপস্হিত হৈ দিপীকা বৰা দেৱীক লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ আহে যদিও পিচত উন্নত চিকিৎসাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰে মহিলাগৰাকীক|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here