ফিজিঅ’ থেৰাপি শিবিৰ সম্পন

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২৪জুনঃ মহানগৰীৰ কলেজ অৱ ফিজিঅ’থেৰাপি এণ্ড মেডিকেল ছাইন্সৰ উদ্যোগত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এটি ফিজিঅ’থেৰাপি শিবিৰৰ আয়োজন কৰা হয়।

শিবিৰত উপস্থিত থাকি ডাঃ ৰঞ্জিত সিংহ(পিটি),ডাঃ ছত্রজিৎ দাস(পিটি)আৰু ডাঃ বন্দনা প্ৰধানে(পিটি)য়ে সাংবাদিক সকলৰ কান্ধ আৰু কঁকালৰ বিষৰ প্রাথমিক চিকিৎসা কৰে ।

শিবিৰত৩০ গৰাকীৰো অধিক সাংবাদিকে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰি যাৱতীয় পৰামৰ্শ লাভ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here