ডিগবৈত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক  ৰাজহুৱা সম্বৰ্ধনা  বিভিন্ন দল সংগঠনৰ

প্ৰাগজ্যোতিষ বাৰ্তা, তিনিচুকীয়া, ২৪ জুনঃ ডিগবৈ ৰাজীব ভৱনত হাপজান ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত কৰা এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত নগাঁও লোকসভা সমষ্টি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে  মুখ্যমন্ত্ৰী পৃষ্ঠপোষকতাত মাৰ্ঘেৰিটাত চলিছে অবৈধ কয়লা ছিণ্ডিকেট বুলি সদৰী কৰে ।

 

ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ শোচনীয় অৱস্থাৰ বাবে জগৰীয়া কৰে চৰকাৰী আমোলা বিষয়া কৰ্মচাৰীক ।

 

উল্লেখ যে সম্বৰ্ধনা  অনুষ্ঠানত ডিগবৈ ৰাজনৈতিক অৰাজনৈতিক অৰ্ধ শতাধিক দল সংগঠনে ৰাজহুৱা ভাৱে নগাঁওৰ সাংসদ গৰাকীক  সম্বৰ্ধনা জ্ঞাপন কৰে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here