প্ৰাগজ্যোতিষ বাৰ্তাঃ বিধায়ক শিলাদিত্য দেৱৰ পিতৃ, বিশিষ্ট সমাজকৰ্মী সুবোধ চন্দ্ৰ দেৱ ৰ যোৱা ১৭ জুনত পৰলোক প্ৰাপ্তি হয়।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ।
প্ৰয়াত দেৱৰ চিৰাশান্তিৰ অৰ্থে অহা ২ জুলাই মঙ্গলবাৰে গুৱাহাটীৰ বৰা চাৰ্ভিছ স্থিত আছিয়ান পালাচত আয়োজিত মৎসস্পৰ্শ অনুষ্ঠানলৈ শুভাকাংক্ষীসকলক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে একমাত্ৰ পুত্ৰ বিধায়ক শিলাদিত্য দেৱে।
Facebook Comments