লংকাৰ ভালুকমাৰীত ৫৪ নং ঘাইপথত দিন ডকাইতি

প্ৰাগজ্যোতিষ বাৰ্তা, লংকা, ২৫জুনঃ নিমাই নন্দী নামৰ এজনৰ পৰা লুট কৰি নিলে ১৬ হেজাৰ টকাৰ লগতে গাড়ীৰ নথিপত্ৰ |

নিমাই নন্দীৰ এএছ-০২ বি চি ৩৮৯২নম্বৰ গাড়ীখনত লংকাৰ পৰা উঠি অহা দুই অচিনাক্ত ব্যাক্তিয়ে পিষ্টল দেখুৱাই সংঘটিত কৰে এই ডকাইতি কাণ্ড৷

ঘটনাস্হলীত উপস্হিত হৈ লংকা আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে|

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here