প্ৰাগজ্যোতিষ বাৰ্তা, লংকা, ২৫জুনঃ নিমাই নন্দী নামৰ এজনৰ পৰা লুট কৰি নিলে ১৬ হেজাৰ টকাৰ লগতে গাড়ীৰ নথিপত্ৰ |
নিমাই নন্দীৰ এএছ-০২ বি চি ৩৮৯২নম্বৰ গাড়ীখনত লংকাৰ পৰা উঠি অহা দুই অচিনাক্ত ব্যাক্তিয়ে পিষ্টল দেখুৱাই সংঘটিত কৰে এই ডকাইতি কাণ্ড৷
ঘটনাস্হলীত উপস্হিত হৈ লংকা আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে|
Facebook Comments