ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ বিশ্ব পক্ষী দিৱস

প্ৰাগ ডেস্কঃ ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ উদ্যোগত অহা ৩ জুলাইত অসম ৰাজ্যিক চিৰিয়াখানা প্ৰাঙ্গণৰ হাৰবেৰিয়াম হলত উদযাপিত হ’ব সপ্তদশ বিশ্ব পৰিৱেশ দিৱস৷

এই সপ্তদশ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি অহা ৩০ জুন দেওবাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা সমূহীয়া বৃক্ষৰোপন কাৰ্যসূচী আৰু ৩ জুলাই বুধবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হ’ব৷

এই উৎসৱটি উপস্থিতি আৰু সহায় সহযোগিতাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাইজলৈ আহ্বান জনাইছে উদযাপন সমিতিৰ সভাপতি ভুৱনেশ্বৰ শৰ্মা, কাৰ্যকৰী সভাপতি ডঃ দ্বীপেন্দ্ৰ কুমাৰ নাথ আৰু মুখ্য সম্পাদক ধনজিৎ তালুকদাৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here