হোজাই জিলাৰ লংকা আৰক্ষীৰ উদ্যোগত আন্তৰ্জাতিক নিচা বিৰোধী দিৱস উদযাপন

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,২৬জুনঃ আজি সমগ্ৰ বিশ্বৰ লগতে হোজাই জিলাৰ লংকাত আন্তৰ্জাতিক নিচা বিৰোধী দিবসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

লংকাৰ আৰক্ষীৰ উদ্যোগত স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

আজিৰ অনুষ্ঠানত বেনাৰ লৈ এক বিশাল সমদলৰ কাৰ্যসূচী আৰম্ভ হয়৷

লংকাৰ আৰক্ষী থানাত শুভাৰম্ভ হোৱা এই কাৰ্যসূচী আৰম্ভ কৰে লংকা থানাৰ আৰক্ষী বিষয়া গৰাকীয়ে।

বিভিন্ন ফেঁষ্টুন, বেনাৰ হাতে হাতে লৈ ছাত্ৰ-ছাত্ৰীসকলে লংকা থানাৰ পৰা এক মৌণসমদল কাৰ্যসূচী ৰূপায়ণ কৰে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here