প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৫জুলাইঃ সমগ্ৰ দেশ জুৰি চলি থকা ডিজিটেল সজাগতা অভিযানৰ লগত সংগতি ৰাখি ৰাজ্যিক বিজেপিয়ে আজি বিয়লি ৫ বজাত এক কাৰ্যসূচী হাতত লৈছে।
সেই অনুযায়ী গুৱাহাটীৰ ভাস্কৰ নগৰ, কালাপাহাৰত উক্ত অভিযান সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।
বিশিষ্ট ব্যক্তি হিচাপে বনমন্ত্ৰী পৰিমল শুক্লাবৈদ্যই অংশ গ্ৰহণ কৰিব।
Facebook Comments