ধেমাজি বোমা বিস্ফোৰণৰ ৰায়দান

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজীৰ পৰা লিলত শইকীয়া,৫জুলাইঃ সুদীৰ্ঘ ১৫ বছৰ অন্তত ধেমাজি জিলা মহাবিদ্যালয়ত আলফা দ্বাৰা সংঘটিত হোৱা বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান । U/S 302,RI U/S 120(B) IPC, U/S 323,U/S 10(B)(1) UA (P) U/S 13(1)(A) U/S 3(A) U/S 4(B)(1)ES জিলা সত্র ন্যায়িক দণ্ডাধীশ সুঠাম দাসৰ আদালতে মূহী সন্দিকৈ,যতিন দুৱৰী, দিনপঞ্জী গোহাঁই,লীলা গগৈ ওৰফে খানক যাৱৎজীৱন কাৰাদণ্ড ৰায়দান দিয়া লগতে দহ হাজাৰ টকাকৈ জৰিমনা বিহে।

R/I 10(A)(G) U/A (P)RI 13 (2) U/A (P) ধাৰা অনুসৰি চাৰি বছৰকৈ শ্ৰম কাৰাদণ্ডৰ লগতে পাঁচ হাজাৰ কৈ জৰিমনা ।

ক্ৰমে প্ৰশান্ত ভূঞা, হেমেন গগৈ, সাক্ষী নোহোৱা বাবে জয়া চুতীয়া,মিন বৰুৱা, জিতেন চুতীয়া,অপ্সৰা বৰুৱা, গোবিন কলিতা, জয়চন্দ চুতীয়া,চন্দ্ৰ নাথ গগৈ, মোহন চুতীয়া,মুঠ ৮ জনক আদালতে ৰেহাই দিয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here