প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,৫জুলাইঃ যোৱা ১ জুলাই পৰা হোজাই জিলাৰ কাকীত জুবিন ফেন ক্লাৱৰ সৌজন্যত সাত দিনীয়া কাৰ্যসূচীৰে ৰাভা সংগীত,জ্যোতি সংগীতৰ লগতে ৰবীন্দ্ৰ সংগীতসমূহ সংৰক্ষণৰ উদ্দেশ্যে গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰি অঞ্চলটোৰ বহুসংখ্যক কণ কণ শিশুসকলৰ মাজত চিত্ৰাংকনৰ লগতে গীতৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে।
Facebook Comments