বঙাইগাঁও শ্ৰম বিষয়া কাৰ্যালয়ৰ সৌজন্যত আইন সজাগতা সভা

প্ৰাগজ্যোতিষ বাৰ্তা,যোগীঘোপাৰ পৰা আব্দুল কায়েউম,১০ জুলাইঃ আজি যোগীঘোপাৰ বালাপাৰাত বঙাইগাঁও শ্ৰম বিষয়া কাৰ্যালয়ৰ সৌজন্যত বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণ বঙাইগাঁও জিলা শিশু সুৰক্ষা গোটৰ সহযোগত এখন সভা অনুষ্ঠিত হয়।

শিশু ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন ২০১৫, শিশু ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আদৰ্শ নীতি ২০১৬, শিশু সৰবৰাহ বিৰোধী আইন, শিশু শ্ৰমিক বিৰোধী আইন অসম গৃহ আৰু নিৰ্মাণ শ্ৰমিক আইন অসংগঠনী শ্ৰমিক সুৰক্ষা আইনক লৈ আলোচনা হয়।

সভাত উপস্থিত থাকি মস্তাফা হুছেইন(DCPO)ভাষণত কয় যে বাল্যবিবাহ, শিশু শ্ৰমিক, আদিৰ বিষয়ত আলোচনা কৰে।

উক্ত সভাত উপস্থিত থাকে বিশিষ্ট ব্যক্তিসকলৰ লগতে ৫ শতাধিক লোক।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here