সংস্কৃত সাহিত্যৰ পণ্ডিত তথা সাহিত্যিক বিদ্যাপতি দাহালক নেপালী সাহিত্য সভা নিকাছি শাখাৰ দ্বাৰা অভিনন্দন

প্ৰাগজ্যোতিষ বাৰ্তা,তামুলপুৰ,১৬জুলাইঃ সংস্কৃত সাহিত্যৰ পণ্ডিত তথা সাহিত্যিক বিদ্যাপতি দাহালক নেপালী সাহিত্য সভা নিকাছি শাখাৰ দ্বাৰা ১৫ জুলাইত অভিনন্দন জনোৱা হয়।

গুৰুজী উপাধিৰে খ্যাত বিদ্যাপতি দাহাল অসম তথা সমগ্ৰ উত্তৰ ভাৰতৰে সংস্কৃত সাহিত্যৰ পণ্ডিত ৰূপে পৰিচিত।

তেখেতৰ অসমীয়া, নেপালী আৰু সংস্কৃত ভাষাত এতিয়ালৈ ১৮খন গ্ৰন্থ প্ৰকাশিত হৈছে।

এতিয়াও তিনিখন গ্ৰন্থ প্ৰকাশৰ পথত আছে।সমগ্ৰ গোর্খা সমাজ তেওঁক লৈ গৌৰৱান্বিত।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here