বিশিষ্ট কবি নৰেণ তালুকদাৰৰ মৃত্যুত অসম কবি সমাজৰ শোক

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১৯ জুলাইঃ বিশিষ্ট কবি, প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিকৰ উপ-সম্পাদক প্ৰয়াত নৰেণ তালুকদাৰৰ স্মৃতিত ‘অসম কবি সমাজে’ এক শোকসভা অনুষ্ঠিত কৰে।

কবি সমাজৰ সভাপতি ৰাজেন বৰদলৈ আৰু সম্পাদক জ্যোতিষ দেৱে প্ৰেৰণ কৰা এক শোকবাৰ্তাত বিশিষ্ট কবিজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here