জিলা পুথিভৰালত মুকাভিনয় ‘প্ৰায়াশ্চিত্ত’ৰ প্ৰদৰ্শন

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ১৯ জুলাইঃ সুৰজিৎ একাডেমী আৰু মুকাক পাপেট থিয়েটাৰ সৌজন্যত অহা ২৬ জুলাইৰ সন্ধিয়া ৬ বজাত গুৱাহাটীৰ জিলা পুথি ভৰাল প্ৰেক্ষাগৃহত পুতলনা নাট ‘প্ৰায়াশ্চিত্ত’ প্ৰদৰ্শন কৰা হ’ব।

জাতিৰ পিতা মহাত্মা গান্ধীৰ শিশু কালৰ আলমত ৰচিত মুকাভিনয় নাটকখনিৰ ৰচনা আৰু পৰিচালনা বিনীতা দেৱীৰ সহৃদয় দৰ্শকসকলৰ উপস্থিতি উদ্যেক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here