গুৱাহাটীত ডিজিটেল মাৰ্কেটিঙৰ কৰ্মশালা

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২৪জুলাইঃ ভাৰতৰ ট্যুৰ অপৰেটৰসকলৰ আগ্ৰহী সংস্হা ইন্ডিয়ান এছ’চিয়েশ্যন অৱ ট্যুৰ অপাৰেটৰ্ছৰ সহযোগত ট্যুৰ অপাৰেটৰ্ছ এছ’চিয়েশ্যন অৱ আছামে ২২ আৰু ২৩ জুলাইত মহানগৰীৰ হোটেল লেন্ডমাৰ্কত মাৰ্কেটিঙৰ দুদিনীয়া কৰ্মশালা আয়োজন কৰা হয়৷

মাৰ্কেটঙৰ সঠিক পৰিকল্পনাৰ বাবে ডিজিটেল কৌশল প্ৰদানৰ অংশ হিচাপে এই কৰ্মশালা আয়োজন কৰা হয়৷

আই এ টিৰ স্কীল ডেভলপমেণ্ট কমিটিৰ মূৰব্বী জিয়া চিদ্দিক টি এৰ সচিব কুলদীপ শৰ্মা অংশ গ্ৰহণ কৰি ডিজিটেল মাৰ্কেটঙ সন্দৰ্ভত আলোকপাত কৰে৷

উল্লেখ্য যে অসম অৰুনাচল মেঘালয় মনিপুৰৰ প্ৰায়। ৩০ গৰাকী প্ৰতিনিধিয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here