উত্তৰ পূৱত প্ৰথমবাৰলৈ লোকৰত্নাগৰ্ভ ড°ডলী দাস ৱেৰ ৰেডিঅ’ চেনেল মুকলিঃ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৫আগষ্টঃ অসমৰ সংগীত জগতৰ অন্যতম সম্মৰনীয় শিল্পী ড° ডলী দাসৰ নামত আজি ড° ডলী দাস ৱেৰ ৰেডিঅ’ চেনল মুকলি কৰা হয়৷

আজি গুৱাহাটী প্ৰেছক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠনত ৰেডিঅ’ চেনেলটো মুকলি কৰে ৰকষ্টাৰ লুম আজানে৷

অনুষ্ঠানত কৃষ্ণ বৰদলৈ ’ উপেন ৰাভা ’ড° কৈলাশ ভট্টাচাৰ্য ই উপস্থিত থাকি ৱেব চেনেলটো উজ্জ্বল ভবিষ্যত কামনা কৰে৷

উল্লেখযোগ্য যে অনুস্হানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপৰিও ভালেসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here