ভগা দলংৰ বাবে জীয়াতু ভুগিব লগা হৈছে কৌপাতনি অঞ্চলৰ পথচাৰীয়ে

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজি পৰা ললিত শইকীয়া,৬আগষ্টঃ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা এক কিলোমিটাৰ নিলগৰ এখন জৰাজীৰ্ণ দলং

গোগামূখ মইনাপৰা তিনিআলি পৰা কৌপাতনি সংযোগী পথৰ দুৰাৱস্হা।উক্ত পথত থকা কাঠৰ দলঙখন ছয় মাহ আগতে ভাগি যোৱা পৰিলক্ষিত হয়

উক্ত দলংখনৰ ভাগি যোৱাৰ ফলত কৌপাতনি অঞ্চলৰ ৰাইজ লগতে কণ কণ ছাত্ৰছাত্ৰীসকলৰ যঠেষ্ট অসুবিধাত সন্মুখীন লগা হয়

অতি পৰিতাপৰ বিষয় যে উক্ত পথ টি PWD অধীনত আছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ উচ্চ পদক্ষেপ গ্ৰহণ কৰা অনুমান নহ,

পকি দলং বা কাঠ দলংৰ পৰিৱৰ্তে এখন বাঁহ দলং দি দায়িত্ব সামৰণি মাৰে।বৰ্তমানে বাঁহ দলঙখন জহীখহি যোৱা পৰিলক্ষিত হয়

এই ভগা দলংৰ বাবে বহু পথচাৰী দুৰ্ঘটনা সন্মুখীন লগা হৈছে বুলি স্থানীয় ৰাইজে অৱগত কৰে

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here