ধেমাজি জিলাত এতিয়াও বলিয়া বানৰ কাল ৰূপ

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া,১০আগষ্টঃ ধেমাজি বাসীক লগ এৰা নাই জীয়াঢ়ল নদী পানী য়ে। মুহূৰ্ততে তাঁচপাতৰ দৰে খহিল ধেমাজি ন-আলি জ্ঞানজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় গৃহ।

আজি বিয়লি দুই মান বজাত, বিদ্যালয় পাঠ দান কৰি থকা সময়তে জীয়াধল নৈৰ সূঁতিয়ে খহাই লৈ গল বিদ্যালয় খনৰ ন পুৰণি দুয়োটা বিল্ডিং৷

জানিব পৰা মতে, বিদ্যালয়ৰ খনৰ কোনো ছাত্ৰ-ছাত্ৰী ক্ষয় ক্ষতি হোৱা নাই বুলি স্থানীয় ৰাইজে অৱগত কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here