গুৱাহাটীত পি এন বি মেটলাইফ জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

0
10

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১০আগষ্টঃ গুৱাহাটী মহানগৰীৰ উলুবাৰীস্হিত বি বৰুৱা পথৰ কনক লাল ইন্দোৰ ষ্টেডিয়ামত আজি ১০ আগষ্টত জে বি টুৰ্নামেণ্ট মুকলি মুকলি কৰা হয়৷

এছ’চিয়েচন অৱ ইন্ডিয়াৰ সচিব ইভেন্টছ ওমৰ ৰছিদে টুৰ্নামেণ্ট খন মুকলি কৰে৷এই টুৰ্নামেণ্টত অংশ গ্ৰহনৰ বাবে মহানগৰীৰ ৫৭৯ গৰাকী যুৱ শ্বাটলাৰে নাম পন্জিয়ন কৰে৷

জে বি চি টুৰ্নামেণ্টৰ পঞ্চম সংস্কাৰণত দহখন চহৰ ক্ৰমে চন্ডীগড়, মুম্বাই, পুনে, কোচিন, বেংগালুৰু, লক্ষনৌ, আহমেদাবাদ, হায়দৰাবাদ, গুৱাহাটী আৰু নতুন দিল্লীত অনুষ্ঠিত হৈছে৷

বেড এছ’চিয়েচন অৱ ইন্ডিয়া বি এ আাই ৰ দ্বাৰা স্বীকৃতি জেবি চিৰ পঞ্চম চিজনৰ পৰিসৰ জেবিচি বুট কেম্প মুকলিৰে অধিক বৃদ্ধি পাইছে৷ বেডমিণ্টন আগ্ৰহী ব্যক্তিসকলৰ দ্বাৰা আগবঢ়োৱা এক অন লাইন প্ৰশিক্ষণ ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here