হোজাইৰ জিলাৰ ডবকাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,১৩আগষ্টঃ পৱিত্ৰ ঈদৰ দিনাই হোজাইৰ ডবকা ৩৬ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ দুৰ্ঘটনা৷

দ্ৰুতগতি বাইক চালকক সেনা জোৱানে লাঠিৰে আক্ৰমণ কৰোতে ঘটিল অঘটন৷

নিয়ন্ত্ৰন হেৰুৱাই বাইক আৰোহীয়ে খুন্দা মাৰে SSB জোৱানক৷

দুই বাইক আৰোহী ক্ৰমে শ্বাহিল আহমেদ আৰু বুৰহান উদ্দিন দুইৰে ঘৰ ডবকাত আৰু সেনা জোৱান প্ৰবীন কুমাৰ ৰাওৰ অৱস্থা সংকট জনক৷

মূমুৰ্ষ অৱস্থাত তিনিওকে ডবকা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও অৱস্থা অতি সংকটজনক হোৱাত তিনিওকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here