লংকাৰ পিপলপুখুৰীত‌ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা

0
66

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,১৪ আগষ্টঃ আজি লংকাৰ পিপলপুখুৰীত‌ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হৈছে এজন বাইক আৰোহী।

৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
নিহত যুৱকজন লংকাপট্টীৰ ধীৰাজ দাস ওৰফে ৰোহন দাস বুলি জানিব পৰা‌ গৈছে।

মৃত ছাত্ৰজন লংকা জুনিয়ৰ কলেজৰ ছাত্ৰ

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here